31.3 C
Guwahati
Wednesday, November 12, 2025
More

    শেহতীয়া আপডেটঃ

    জনজাতিকৰণ সম্পৰ্কত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ গুৰুত্বপুৰ্ণ সংবাদমেল

    জনজাতিকৰণ সম্পৰ্কত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ গুৰুত্বপুৰ্ণ সংবাদমেল ৷

    টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে সম্বোধন কৰে এই সংবাদমেল ৷

    ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাকলাৰীয়ে ছয় জনগোষ্ঠীৰ জনগোষ্ঠীকৰণ সম্পৰ্কত দিয়া পৰামৰ্শক প্ৰশংসা বসন্ত গগৈৰ ৷

    আন স্বীকৃৰ্তিপ্ৰাপ্ত জনগোষ্ঠীৰ মৰ্য্যদা হানি- বিঘিনি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা সংবিধান সংশোধন কৰি হ’লেও প্ৰদাণৰ আহব্বান জনাইছিল ট্ৰাইবেল সংঘৰ আদিত্য খাকলাৰীয়ে ৷

    ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদাণৰ সংগ্ৰাম খনক আদিত্য খাকলাৰীক নেতৃত্ব লোৱাৰ আহব্বান আটাছুৰ সভাপতি বসন্ত গগৈৰ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds