শেহতীয়া আপডেটঃ

শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল

*শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল ।

*সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ সংবাদমেল সম্বোধন ।

*ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে বসন্ত গগৈয়ে ।

*অসমৰ ছটা জনগোষ্ঠীয়ে জনজাতি কৰণ বিচাৰি ৰাজপথত আন্দোলন কৰি আহিছে ।

*অবৈধ বিদেশী প্ৰব্ৰজনৰ পৰা অসমখন ৰক্ষাৰ হেতু ছটা জনগোষ্ঠীয়ে জনজাতি কৰণ লাভ কৰাটো প্ৰয়োজনীয়।

*কিন্তু এই ক্ষেত্ৰত কিছু বাধা আহি পৰিছে ।

*কালি অসম চৰকাৰৰ এজন মন্ত্ৰীৰ নেতৃত্বত সোণাপুৰত হোৱা গণ সমাবেশত ছটা জনগোষ্ঠীক ঘুচিয়াই চকু উলিয়াই দিম বুলি কোৱা কথা কেতিয়াও গ্ৰহণযোগ্য নহয় ।

*অসম চৰকাৰৰ সেই মন্ত্ৰীজনে উচতনিৰে ছটা জনগোষ্ঠীৰ বিৰুদ্ধে পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে ।

*ৰাইজৰ সন্মুখত ছটা জনগোষ্ঠীক ঘুচিয়াই মাৰিম বুলি কোৱা কথা সাংবিধানিক নেকি? এইয়া গণতন্ত্ৰ নেকি?

*অসমৰ তিনি কোটি জনসংখ্যাৰ ভিতৰত ২ কোটি জনগোষ্ঠীয় লোকৰ অধিকাৰ নাই নেকি ?

*এই ধৰণৰ ভ্ৰাতৃঘাটী সংঘৰ্ষ সৃষ্টি কৰিব পৰা মন্তব্যৰ পৰা বিৰত থাকিবলৈ আমি সকীয়নি প্ৰদান কৰিছো ।

*প্ৰতিবাদ হব লাগিছিল অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ কাৰ বিৰুদ্ধে কৰিছে ?যুঁজিব লাগিছিল অবৈধ নাগৰিক অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কিন্তু যুঁজিছে আমাৰ বিৰুদ্ধে ।

*আমিও প্ৰতিবাদ কৰিব জানো । এনে মন্তব্যৰ বিৰুদ্ধে আমিও ব্যবস্থা লব জানো ।

*অসম চৰকাৰৰ সেই মন্ত্ৰী জনক আমি সকীয়নি প্ৰদান কৰিছো । অসমত ভ্ৰাতৃঘাটী সংঘৰ্ষ সৃষ্টি কৰিব পৰা পৰিবেশ ৰচনা নকৰিব।

*এইগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যবস্থা গ্ৰহণ কৰক ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.