শেহতীয়া আপডেটঃ

জনজাতিকৰণ সম্পৰ্কত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ গুৰুত্বপুৰ্ণ সংবাদমেল

জনজাতিকৰণ সম্পৰ্কত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ গুৰুত্বপুৰ্ণ সংবাদমেল ৷

টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে সম্বোধন কৰে এই সংবাদমেল ৷

ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাকলাৰীয়ে ছয় জনগোষ্ঠীৰ জনগোষ্ঠীকৰণ সম্পৰ্কত দিয়া পৰামৰ্শক প্ৰশংসা বসন্ত গগৈৰ ৷

আন স্বীকৃৰ্তিপ্ৰাপ্ত জনগোষ্ঠীৰ মৰ্য্যদা হানি- বিঘিনি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা সংবিধান সংশোধন কৰি হ’লেও প্ৰদাণৰ আহব্বান জনাইছিল ট্ৰাইবেল সংঘৰ আদিত্য খাকলাৰীয়ে ৷

ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদাণৰ সংগ্ৰাম খনক আদিত্য খাকলাৰীক নেতৃত্ব লোৱাৰ আহব্বান আটাছুৰ সভাপতি বসন্ত গগৈৰ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.