বিকাশ যাত্ৰাৰ অংশ হিচাপে মঙলবাৰে ৰাজ্যৰ ৬খন জিলাত বিভিন্ন প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু ভূমি পূজন

■ ৰাজ্য চৰকাৰে ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা বিকাশ যাত্ৰাৰ অংশ হিচাপে মঙলবাৰে ৰাজ্যৰ ৬খন জিলাত বিভিন্ন প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু […]

কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্রী ড০ শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন 

◊ ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ অবিৰত প্ৰয়াস হিচাপে আৰম্ভ কৰা বিকাশ যাত্ৰাৰ অংশস্বৰূপে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় […]

গুৱাহাটীত নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন, আলফাৰ প্ৰাক্তন সদস্য, নির্যাতিত পৰিয়াল তথা সন্ত্রাস নির্মূল অভিযানত আঘাতপ্রাপ্ত আৰু নিৰুদ্দিষ্ট সদস্যৰ নিকটাত্মীয়ক মুখ্যমন্ত্রীৰ আর্থিক সাহায্য

♦ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটীত নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন, আলফাৰ প্ৰাক্তন সদস্য, নির্যাতিত পৰিয়াল তথা সন্ত্রাস নির্মূল অভিযানত আঘাতপ্রাপ্ত আৰু নিৰুদ্দিষ্ট সদস্যৰ […]

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২০২৩ বৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান অনুষ্ঠান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰদান কৰা ২০২৩ বৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে। শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত […]

বিধানসভাত দাখিল ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটঃ বাজেটত কি আছে, কি নাই?

■ অসম বিধানসভাত বিত্ত মন্ত্রী অজন্তা নেওগে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। এইবাৰৰ বাজেটত কন্যা-শিশু আৰু মহিলা সৱলীকৰণ, যুৱক-যুৱতীৰ দক্ষতা বিকাশ আৰু অমৃত কালৰ […]

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত যুৱ ক্ষুদ্ৰ উদ্যোগীসকলে চৰকাৰী অনুদান আৰু সুদবিহীন চৰকাৰী ঋণ সংযোজিতকৰণেৰে কিস্তি আকাৰে লাভ কৰিব ২ লাখ আৰু ৫ লাখ টকা।