লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা
নিৰ্বাচন অনুষ্ঠিত সমষ্টিসমূহত প্রশাসনে বন্ধ ঘোষণা কৰিছে। পৃথকে পৃথকে ১৪টা লোকসভা সমষ্টিত এই নির্দেশনা প্রযোজ্য হ’ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, […]
নিৰ্বাচন অনুষ্ঠিত সমষ্টিসমূহত প্রশাসনে বন্ধ ঘোষণা কৰিছে। পৃথকে পৃথকে ১৪টা লোকসভা সমষ্টিত এই নির্দেশনা প্রযোজ্য হ’ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, […]
বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ সমাগত লোকসভা নিৰ্বাচনত নতুন ভোটাৰৰ ভোটদান সন্দৰ্ভত সজাগতামূলক এখনি চুটি নাট প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে আগন্তুক ২০২৪ চনৰ লোকসভা […]
■ ইউপিপিএল এ বিটিচিক আই চি ইউত ৰাখিছে! কোনো শক্তিয়ে আমাক পৰাভূত কৰিব নোৱাৰে: হাগ্ৰামা ওদালগুৰিৰ পৰা চিন্ময় ডেকা: কোনো শক্তিয়ে আমাক পৰাভূত কৰিব নোৱাৰে।কোকৰাঝাৰ […]
তেলেংগানাৰ মুখ্যমন্ত্রী হিচাপে এ ৰেবন্ত ৰেড্ডীয়ে আজি শপতগ্ৰহণ কৰে৷ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীৰ উপস্থিতিতৰ লগতে ভালেসংখ্যক জনসাধাৰণৰ উপস্থিতিত তেলেংগানাৰ দ্বিতীয়জন মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰে। […]
◆মধ্যপ্রদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ দেওবাৰে ভোট গণনা কৰা হ’ব। ভোটগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ইতিমধ্যে ৰাজ্যকেইখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। […]
♦ বিজেপি আৰু কংগ্ৰেছৰ শীৰ্ষ ৰাজনৈতিক নেতাসকলে ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কৰ্ণাটকত ভিৰ কৰিছিল। দুদিনীয়া কৰ্ণাটক ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি […]
■কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ (জনজাতি) বিধান সভা সমষ্টিত বিজয়ৰ শেষ হাঁহি মাৰিলে কংগ্ৰেছ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰীয়ে৷ স্বৰ্গীয়াৰীয়ে তেঁৱৰ […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰত asomkhobor@gmail.com অথবা 7002565914 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds