Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

গোৱালপাৰা জিলাৰ দামৰাত মুছলিম সমাজে বিতৰণ কৰিলে অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা

দুখীয়া ৰাইজক পৰ্যাপ্ত সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনালে জিলা আমছুৰ সভাপতিয়ে

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦ক’ৰনা মহামাৰীৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা আংশিক ল’কডাউনে দিশহাৰা কৰি তুুলিছে সৰ্বসাধাৰণ জনতাক। বিশেষকৈ দৈনিক শ্ৰমজীৱী লোক সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। গোৱালপাৰা জিলাখনো ইয়াৰ ব্যতিক্ৰম নহয়। বৰঞ্চ সমগ্ৰ জিলাখনকে কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ পিছত জিলাখনৰ দীন দুখীয়া সকলৰ জীৱন দুৰ্বিসহ হৈ উঠিছে। এনে বিপৰ্যয়ৰ সময়তে জিলাখনৰ বিভিন্ন জনদৰদী দল সংগঠনে দুখীয়া ৰাইজলৈ আগবঢ়াইছে সহায়ৰ হাত। আজিও তেনে এক দৃশ্য দেখা গ’ল জিলাখনৰ দুধনৈ সমষ্টিৰ অন্তৰ্গত দামৰা অঞ্চলত।

আজি দামৰাৰ মুছলিম সমাজে ঈদ উপলক্ষে অঞ্চলটোৰ  বিভিন্ন ধৰ্মালম্বী দীন-দুখীয়া পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য বস্তুৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ একোটাকৈ টোপোলা। দামৰা মুছলিম সমাজৰ এক সূত্ৰই  জনোৱা অনুসৰি, তেওঁলোকে মুঠ তিনিশ পৰিয়ালক সাহায্য প্ৰদানৰ লক্ষ্য  হিচাপে লৈ আজি প্ৰথম পৰ্যায়ত ৮০ঘৰ মান লোকক সামগ্ৰীৰ টোপোলা প্ৰদান কৰে। আজিৰ এই  সাহায্য প্ৰদান অনুষ্ঠানত গোৱালপাৰা জিলা আমছুৰ সভাপতি আনিমূল হক চৌধুৰীও উপস্থিত থাকে। আমছুৰ সভাপতি গৰাকীয়ে লকডাউন কালত কনটেইনমেন্ট জ’নত থকা গোৱালপাৰা জিলাবাসীক পৰ্যাপ্ত সাহায্য প্ৰদান কৰিবলৈ অসম চৰকাৰক দাবী জনায়।

- Advertisement -

Hot this week

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds