31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    এদিনীয়া শীত শিৱিৰ মায়ংখণ্ডত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ মৰিগাঁৱৰ দ্বাৰা

    এদিনীয়া শীত শিৱিৰ মায়ংখণ্ডত
    ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ মৰিগাঁৱৰ দ্বাৰা


    প্ৰতিবেদক, মায়ং,১৯ডিচেম্বৰ: স্বাস্থ্য ভালে থাকিলে মন থাকে।মন ভালে থাকিলে কাম কৰা উদ্যম থাকে।

    এই কথা আগত ৰাখি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ মৰিগাঁও এদিনীয়া শীত শিৱিৰ মায়ংখণ্ড ত শিক্ষা প্ৰদীপ মাধ্যমিক বিদ্যালয় খোলাগাও অনুষ্ঠিত হয়।

    এদিনীয়া শীত শিৱিৰ উপস্থিত আছিল পংকজ ডেকা শাৰীৰিক প্ৰমুখ্য আৰ এছ এছ মৰিগাঁও ,দিনেশ দাস খণ্ড কাযবাহক মায়ং লগতে আৰ এছ এছৰ সদস্য ৰ লগতে বহু শাৰীৰিক প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

    আৰ এছ এছৰ সদস্য দিনযোৰা কাৰ্যসূচী ৰে ছাত্ৰ ছাত্ৰী শাৰীৰিক প্ৰশিক্ষণ দিয়া লগতে নৈতিক শাৰীৰিক ব্যায়াম ৰ স্বাস্থ্য সৱল,মন স্থিৰ কৰণ, স্মৃতি শক্তি বৃদ্ধি বিষয়ে জনাই।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds