Thursday, July 10, 2025
27.5 C
Guwahati
TOP NEWS:

অসম ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক খুৰচিদ আলমৰ বিয়োগ

- Advertisement -

ফইজুল হক চৌধুৰী, নলবাৰীঃ
নলবাৰী জিলাৰ আল্লিয়াৰ বালিপাৰা গাঁৱৰ নিজ বাসগৃহত উচ্চ ৰক্তচাপ জনিত কাৰণত আকস্মিক ভাবে মৃত্যু হয় খুৰচিদ আলমৰ।
তেওঁ ঐতিহাসিক অসম আন্দোলনৰ এজন সক্ৰিয় কৰ্মী আছিল।

ইয়াৰোপৰি প্ৰাক্তন আছু নেতা, অসম ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বিশিষ্ট সমাজকৰ্মী, পাব্লিক এক্সুয়েল অকাডেমিৰ স্বত্বাধিকাৰী আৰু ২০১৬ চনত নলবাৰী জিলাৰ ৫৯ নং বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় পাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।

সদ্য প্ৰয়াত খুৰছিদ আলমে তেওঁৰ পত্নীৰ লগতে এজন পুত্ৰ,দুই কন্যাক এৰি থৈ যায়।

বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুত তেওঁৰ গৃহ চহৰ নলবাৰীত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়।

সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, কাৰ্য নিৰ্বাহক ৰিয়াজ উদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী জিলা উন্নতি সভা, অসম জাতীয় পৰিষদ (নলবাৰী জিলা কমিটী), যুৱ ছাত্ৰ পৰিষদ, কংগ্ৰেছ-বিজেপিৰ লগতে বিভিন্ন দল সংগঠনৰ কৰ্মীয়ে সদ্য প্ৰয়াত খুৰছিদ আলমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

Hot this week

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
few clouds
25.7 ° C
25.7 °
25.7 °
91 %
1.7kmh
11 %
Thu
25 °
Fri
33 °
Sat
34 °
Sun
31 °
Mon
29 °