31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ চাৰিআলিৰ St xavier স্কুলত Christmas day উদযাপন

    বিশ্বনাথ চাৰিআলিৰ St xavier স্কুলত Christmas day উদযাপন

    অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৫ ডিচেম্বৰ ঃ সমগ্ৰ ৰাজ্যখনৰ লগতে বিশ্বনাথতো চলিছে বৰদিনৰ উদযাপন। খ্ৰীষ্টান ধৰ্মালম্বী লোক সকলে বিভিন্ন গীৰ্জাঘৰত প্ৰাৰ্থনা আদি কৰাৰ সমান্তৰালকৈ বিশ্বনাথ চাৰিআলিৰ বৌবজাৰ স্থিত চেনজেৱিয়াৰ বিদ্যালয়তো খ্ৰীষ্টমাছ ডে উদযাপন কৰিছে ৷ সমুহ ধৰ্মপ্ৰাণ লোকে হাতে হাতে মমবাতি লৈ প্ৰভূক প্ৰাৰ্থনা কৰে ৷ ইয়াৰ উপৰিও বৰদিন উপলক্ষে যুৱক যুৱতী সকলে গীত নৃত্য আদি কৰি এক আনন্দময় পৰিবেশৰ মাজত উদযাপন কৰিছে পৱিত্ৰ বৰদিন ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds