31.3 C
Guwahati
Sunday, December 28, 2025
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীৰ তথ্য

    তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতেই তদন্তৰ সবিশেষ ছিংগাপুৰৰ ষ্টেট ক’ৰনাৰ্ছক দাখিল কৰিব ছিংগাপুৰ আৰক্ষীয়ে।

    • বৃহস্পতিবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এতিয়াও অব্যাহত আছে বুলি স্পষ্ট কৰি দিছে ছিংগাপুৰৰ আৰক্ষীয়ে। ছিংগাপুৰ আৰক্ষীৰ এই তথ্য প্ৰকাশ কৰিছে ছিংগাপুৰৰ সংবাদ প্ৰতিষ্ঠান THE STRAIT TIMES
    • ‘‘জুবিন গাৰ্গৰ মৃত্যুত ষড়যন্ত্ৰৰ কোনো প্ৰমাণ পোৱা নাই।’’ স্পষ্টীকৰণ দি ছিংগাপুৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য। ছিংগাপুৰ ক’ৰনাৰ্ছ এক্ট ২০১০ৰ অধীনত অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া।
    • তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতেই তদন্তৰ সবিশেষ ছিংগাপুৰৰ ষ্টেট ক’ৰনাৰ্ছক দাখিল কৰিব ছিংগাপুৰ আৰক্ষীয়ে।
    • মৃত্যুৰ কাৰণ আৰু পৰিস্থিতি নিৰ্ণয় কৰিবলৈ ক’ৰনাৰৰ নেতৃত্বত চলা তদন্তৰ সমাপ্তি হোৱাৰ লগে লগেই ৰাজহুৱা কৰা হ’ব বুলিও বৃহস্পতিবাৰে স্পষ্ট কৰি দিয়ে ছিংগাপুৰ আৰক্ষীয়ে।
    • জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে।
    Via By: Asom Khobor
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds