শেহতীয়া আপডেটঃ

Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীৰ তথ্য

তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতেই তদন্তৰ সবিশেষ ছিংগাপুৰৰ ষ্টেট ক’ৰনাৰ্ছক দাখিল কৰিব ছিংগাপুৰ আৰক্ষীয়ে।

  • বৃহস্পতিবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এতিয়াও অব্যাহত আছে বুলি স্পষ্ট কৰি দিছে ছিংগাপুৰৰ আৰক্ষীয়ে। ছিংগাপুৰ আৰক্ষীৰ এই তথ্য প্ৰকাশ কৰিছে ছিংগাপুৰৰ সংবাদ প্ৰতিষ্ঠান THE STRAIT TIMES
  • ‘‘জুবিন গাৰ্গৰ মৃত্যুত ষড়যন্ত্ৰৰ কোনো প্ৰমাণ পোৱা নাই।’’ স্পষ্টীকৰণ দি ছিংগাপুৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য। ছিংগাপুৰ ক’ৰনাৰ্ছ এক্ট ২০১০ৰ অধীনত অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া।
  • তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতেই তদন্তৰ সবিশেষ ছিংগাপুৰৰ ষ্টেট ক’ৰনাৰ্ছক দাখিল কৰিব ছিংগাপুৰ আৰক্ষীয়ে।
  • মৃত্যুৰ কাৰণ আৰু পৰিস্থিতি নিৰ্ণয় কৰিবলৈ ক’ৰনাৰৰ নেতৃত্বত চলা তদন্তৰ সমাপ্তি হোৱাৰ লগে লগেই ৰাজহুৱা কৰা হ’ব বুলিও বৃহস্পতিবাৰে স্পষ্ট কৰি দিয়ে ছিংগাপুৰ আৰক্ষীয়ে।
  • জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে।
Via By: Asom Khobor
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.