শেহতীয়া আপডেটঃ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে আজি ৩০০ টকাকৈ জলপানি

চলিত মাহৰ পৰা আগন্তুক ৪ মাহলৈ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে এই জলপানি লাভ কৰিব।

●আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে আজি ৩০০ টকাকৈ জলপানি প্ৰদানৰ ব্যৱস্থা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়।
●পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত থাকে।May be an image of one or more people, people studying, crowd and newsroom

May be an image of one or more people, people studying and crowd ●চলিত মাহৰ পৰা আগন্তুক ৪ মাহলৈ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে এই জলপানি লাভ কৰিব।
●শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধিৰ উপৰি তেওঁলোকৰ অধ্যয়নৰ সামগ্ৰী তথা পুষ্টিকৰ খাদ্য ক্ৰয়ত সহায়ৰ বাবে প্ৰেৰণা শীৰ্ষক জলপানিৰ ব্যৱস্থা কৰা হৈছে।
●ৰাজ্যৰ ৪ লাখ ৪০ হাজাৰৰো অধিক ছাত্র-ছাত্রী উপকৃত হ’ব বুলি আশা কৰা হৈছে।

May be an image of dais and text that says "5利け! পবনা দবাভাদাব ব শিক্ষ শিক্ষার্থীম রথীস নি প্রদান প্রদানঅনু অনু ২০২৫ চনব নবে মাহব পবা চাবিমাহব বাব মাহিলি မ၀ টককে জলপানিব ব্যব इतीय स्टेट बैक Utate Bank India MECRETARAT ncRa PAY CH.ECUTUTYBILD HRISHIKESH SARMA रपय RUPEES THREE HUNDRED ONLY .o0 28112025 पापारकका হথমा थारकम OR OR BEARER अदाकरें ₹ 300/- NONCASHPUNSACTONONLT MULTI-CITY CHEQUE Payable atPar Branches SBI 0071124 100? ChietMinister elN Please A above திமதர் 78 100 း 41"
●অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাজ্যত সম্প্ৰতি শিক্ষা ব্যৱস্থা যথেষ্ট উন্নত হৈছে আৰু ছাত্র-ছাত্ৰীসকলৰ উপযুক্ত শিক্ষা গ্ৰহণৰ বাবে এটা পৰিকাঠামো নিৰ্মাণ কৰা হৈছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.