ঘূৰি আছে পৃথিৱী
শেষ ৰাতি পৰি থকা বাটটোৰ দৰেই মই মোক অকলেই চম্ভালি থাকিলোঁ, মই মোক হানি খুঁচি মই মোক পখালি পখালি মই মোক মোৰ কৰি ৰাখিলোঁ। শিলিখা […]
শেষ ৰাতি পৰি থকা বাটটোৰ দৰেই মই মোক অকলেই চম্ভালি থাকিলোঁ, মই মোক হানি খুঁচি মই মোক পখালি পখালি মই মোক মোৰ কৰি ৰাখিলোঁ। শিলিখা […]
ৰাধা হৈ তোমাৰ বাঁহীলৈ বাট চোৱাৰ হাহাকাৰ অথবা ঘড়ীৰ কাটাত টোপনি সামৰি ৰখা নিশা কোনোটোৱেই নাছিল আমাৰ প্ৰেমৰ সহচৰ মোৰ কৃষ্ণ! সপোনৰ ঝুলনাত দুলি থাকোঁতে […]
আঘোণৰ গৰ্ভৱতী ধাননীডৰাৰ দৰেই ভৰুণ মোৰ সপোন বোৱতী নৈৰ দৰে জীৱনৰ গতি বাধা বিহীন ধীৰ স্থিৰ সময়ৰ বানে উটুৱাই নিয়া জীৱনটোত খেপিয়ালেই হাতত লাগি আহে […]
দুঃসময় দিনৰ সংলাপ – পৰী ৰাজখোৱা মাজনিশা জিলীকেইজনীয়ে বিনাই কিবা যেন নোপোৱাৰ দুখত। সময়বোৰ অতীত হল অতীতৰ বাবেই আজি তাই এচামৰ বাবে চৰিত্ৰহীনা। বগা কাপোৰত […]
এটা আধামৰা কবিতা চকুত চকু থৈ কথা ক’ব পৰা হ’লে হাতে হাতে ধৰা ধৰি কৰিব পৰা হ’লে খোজত খোজ মিলাই যাব পৰা হ’লে পৃথিৱীখন ইমান […]
শেৱালি শৰতৰ আকাশত শুভ্ৰতাৰ আঁচল মেলি শেৱালিয়ে জিলিকাই দূৱৰি ডৰাত নিয়ৰৰ নিভাজ মৰম সময়বোৰ যে আবদ্ধ আজি শেৱালিৰ শুভ্ৰ কৰনিত খেপিয়াও শৰতৰ বুকুত হেৰাই যোৱা […]
কবি : অকবি (নীলিম কুমাৰৰ সমীপেষু) আপুনি ক’লে মই নামানিলোঁ মই ক’লো আপুনি নামানিলে সেই বুলিয়েই আমি বেয়া পাম ইজনে সিজনক? এইখন গণতন্ত্ৰ দেশ […]
তিনিটা স্তৱক ✒️ দেৱজিত বৰা ১ তুমি অহা যোৱাৰ পথত পুৱাৰ ৰ’দালিৰ হাঁহি বাটৰ কাষৰ হালধীয়া ফুলবোৰ ফুলি উঠিছে ২ সৰিয়হ ফুল ফুলা দুপৰ ৰাতি […]
Copyright © 2025 | WordPress Theme by MH Themes