31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত গঁড় চিকাৰী গ্ৰেপ্তাৰ

    বিশ্বনাথত গঁড় চিকাৰী গ্ৰেপ্তাৰ

    বিশ্বনাথ চাৰিআলি ৭ জুলাই:- বিশ্বনাথত কালি নিশা বন বিভাগে গ্ৰেপ্তাৰ কৰে দুধৰ্ষ গড় চিকাৰী ৷ ধৃত গড় চিকাৰীটোৰ নাম ৰচিদুল হ’ক ওৰফে মেৰু ওৰফে বাবু বুলি বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। ৰচিদুলৰ ঘৰ চতিয়াৰ ৪ নং ভোজমাৰীত ৷ ২০১৮ চনৰ জুন মাহত কাজিৰঙাত সংঘটিত গড় হত্যাৰ লগত জড়িত আছিল ৰচিদুল ৷ এই গঁড় হত্যাৰ পিছৰ পৰা তিনি বছৰ ধৰি কেৰেলাত আত্মগোপন কৰি আছিল ৰচিদুল ৷ দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকা ৰচিদুলে অসমলৈ আহি ঘৰৰ পৰা ডেৰ কিলোমিটাৰ নিলগৰ এখন বিলত টঙীঘৰ বনাই লুকাই আছিল ৷ স্থানীয় দুগৰাকী লোকক লগত সুৰক্ষাৰ বাবে ৰাখিছিল ৰচিদুলে ৷ কেৰেলাৰ পৰা আহি নতুনকৈ গড় হত্যা কৰাৰ পৰিকল্পনা কৰি থাকোতেই বন বিভাগে কৰায়ত্ত কৰে ৰচিদুলক ৷ পলাতক অৱস্থাত থকা ৰচিদুলৰ আন কেইবাগৰাকীও সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ বন বিভাগে অভিযান আৰম্ভ কৰিছে

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds