31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    শান্তিপূৰ্ণ ভাৱে ৰাজ্যৰ ২৪ জিলাত সম্পন্ন চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা

    শান্তিপূৰ্ণ ভাৱে ৰাজ্যৰ ২৪ জিলাত সম্পন্ন চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা ::

    দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হয় অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা।
    ৰাজ্যৰ ২৪ খন জিলাত এই লিখিত পৰীক্ষা অনুষ্ঠিত হয় ।
    দেওবাৰে পুৱা ১০ বজাৰ পৰা ১২ বজালৈ প্ৰথম প্ৰশ্ন কাকত আৰু দিনৰ ২ বজাৰ পৰা ৪ বজালৈ দ্বিতীয় প্ৰশ্ন কাকত।
    দুটা ভাগত প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ হৈ যায় ।

    দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীর্ণই পুৱা দহ বজাৰ পৰা বিয়লি ১২ বজালৈ আৰু অষ্টম শ্ৰেণীলৈকে পঢ়া আবেদনকাৰীয়ে বিয়লি দুই বজাৰ পৰা চাৰি বজালৈ পৰীক্ষাত অৱতীৰ্ণ হয় ।

    কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হয় এই পৰীক্ষা ।

    পৰীক্ষা অনুষ্ঠিত প্ৰতিখন জিলাৰ পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ আশে পাশে ১৪৪ ধাৰা বলবৎ কৰা হয় ।

    ৰাজ্যৰ ২৪ খন জিলাৰ মুঠ ১,০৩৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয় ।

    উল্লেখ্য যে পৰীক্ষাৰ সময় ছোৱাত পৰীক্ষা অনুষ্ঠিত হোৱা জিলাসমূহৰ ইন্টাৰনেট সেৱা বন্ধ থাকে দেওবাৰে দিনটোৰ পুৱা ৯.৩০ বজাৰ বিয়লি ৪ বজালৈ।

    ।আনহাতে অহা ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব । প্ৰায় ২৬,০০০ পদৰ বাবে তিনিওটা দিনত ১৪ লাখ ৩০ হাজাৰ ৪৩৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব । আনহাতে, ২৮ আগষ্ট আৰু ১১ ছেপ্টম্বৰত তৃতীয় বৰ্গৰ পৰীক্ষাও অনুৰূপ ধৰণে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds