Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

বিশ্বনাথ চাৰিআলিত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ সাধাৰণ সভা সম্পন্ন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথ চাৰিআলিত
স্বেচ্ছাসেৱী সংগঠন
ৱাৰিৱৰ্ছৰ সাধাৰণ সভা সম্পন্ন :

বিহালী ৫ নৱেম্বৰ ::

শনিবাৰে বিশ্বনাথ চাৰিআলি আমবাৰীস্থিত হিন্দী বিদ্যালয় প্ৰেক্ষাগৃহত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ বিশ্বনাথ জিলা সমিতি খনৰ এখনি বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয় । জিলা সভানেত্ৰী অঞ্জলি বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভা খনৰ আতঁ ধৰে
জিলা বিত্তীয় সম্পাদিকা পূৰৱী বৰাই।
সভাত পূৰ্বৰ সমিতি খনৰ সাধাৰণ সম্পাদকৰ অৰ্জুন চেত্ৰী নিজৰ সদস্য পদ শোণিতপুৰৰ জিলালৈ পৰিবৰ্তন কৰা বাবে,বিশ্বনাথ জিলা সমিতিত সাধাৰণ সম্পাদকৰ পদটো খালী হৈ আছিল।
যাৰ ফলত জিলা সমিতি কাম-কাজত কৰাত কিছু অসুবিধা সন্মুখীন হৈ আহিছিল জিলা সমিতিয়ে।
ইফালে আগন্তুক জিলা সমিতি খনৰ কাম-কাজ অধিক তীব্ৰ কৰি তুলিবলৈ সভাই চিচিৰ চৰকাৰক জিলা সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে। সভাতে নতুনকৈ সহকাৰী সম্পাদক,বিত্তীয় সহকাৰী সম্পাদক, উপ: সভানেত্ৰীকে ধৰি কেইবাটাও পদত নতুনকৈ সদস্য-সদস্যাক দায়িত্ব প্ৰদান কৰে।

আনহাতে সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ৰাজ্যিক অধ্যক্ষ উৎপল শিৱমে জিলা সমিতি প্ৰতি গৰাকীক সদস্য-সদস্যাই আন্তৰিকতাৰে কাম কাজ কৰি ৰাজ্য আন জিলা ভিতৰত বিশ্বনাথ জিলা খনক জাক জিলিকা কৰিবলৈ আহ্বান জনাই।

ইফালে আগন্তুক বিশ্বনাথ জিলা সমিতি খন কি দৰে অধিক শক্তিশালী কৰিব পাৰি তাৰ ওপৰত নিজৰ বক্তব্য প্ৰদান কৰে
ৱাৰিৱৰ্ছৰ প্ৰচাৰ সম্পাদক তথা সাংবাদিক শ্ৰীমন্ত দাসে ।
দাসে লগতে কয় কাম কৰা সক্ৰিয় সদস্য- সদস্যা সকলক গুৰুত্বপূৰ্ণ পদ সমূহত দায়িত্ব প্ৰদান কৰিলে ভৱিষ্যত সংগঠনটো অধিক শক্তিশালী হ’ব বুলি উল্লেখ কৰে।

- Advertisement -

Hot this week

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds