31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : একেটা পৰিয়ালৰ শিশু সহ তিনি গৰাকী থিতাতে নিহত।

    বিশ্বনাথৰ চতিয়াৰ গেৰেকীত শোকাবহ দূৰ্ঘটনা৷

    এখন i20 বাহন আৰু মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ৷নিহত পতি,ভাইবোৱাৰী আৰু ১ বছৰীয়া ভটিজা৷নিহত কেইজনৰ ঘৰ চতিয়াৰ পুৰণি চেন্টাৰত৷১ বচৰীয়া ভতিজা জয়েবক চিকিৎসা কৰাই AS06J1809 নম্বৰৰ i20 বাহনৰে ঘৰলৈ উলতি আহাৰ পথত চতিয়াৰ গেৰেকীৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্ৰাকে সনমুখৰ পৰা খুন্দা মৰাত এই দূৰ্ঘটনা সংঘটিত হয়৷ইতিমধ্যে দূৰ্ঘটনাত তচিব ৰহমান(৩৫)মৃত তচিব ৰহমানৰ ভতিজা জায়েব (১বছৰ) আৰু তেওঁৰ ভাই বোৱাৰী বিউতি খাতুন(৩০)নিহত হৈছে৷

    এই দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত তচিবৰ পত্নী তবছুম খাটোনক আৰু নিহত সকলোকে বিশ্বনাথ চাৰিআলি অসামৰিল চিকিৎসালয়ত লৈ অনা হয় যদিও চিকিৎসকে তচিব ৰহমান,তচিবৰ ভাই বোৱাৰী আৰু ভতিজাৰ মৃত্যু হোৱা বুলি ঘোষনা কৰে আৰু ইফালে মৃত তচিবৰ পত্নীক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে৷আনহাতে,ট্ৰাকৰ চালকে পলায়ণ কৰিছ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds