Thursday, June 12, 2025
32.8 C
Guwahati
TOP NEWS:

বিলাসীপাৰাত যুৱক নিৰুদ্দেশৰ ঘটনা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিগত এক সপ্তাহ ধৰি সন্ধান নাই গুটিপাৰা ৬ষ্ঠ খণ্ড গাঁৱৰ ছাবেদ আলীৰ পুত্ৰ মতালেফ আলী সেখ। যোৱা এক সপ্তাহ ধৰি নিজ ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন। পৰিয়ালৰ লোকে বিভিন্ন স্থানত যুৱকজনক বিচাৰ কৰি আছে যদিও কোনো সন্ধান নাপাই আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত ইতিমধ্যে বিলাসীপাৰা আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনৰ সন্ধান অব্যাহত ৰাখিছে। কোনো সদাশয় ব্যক্তিয়ে যুৱক জনৰ সন্ধান পাই 9101636797 আৰু 7896410797 মোৱাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনোৱাৰ লগতে নতুবা আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

- Advertisement -

Hot this week

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন...

Shilpa Shetty Revives 2000s Fashion with a Bold Modern Twist

Y2K style is formally lower back, and Bollywood diva...

সত্ৰসমূহ বেদখলমুক্ত কৰি সত্ৰীয়া সংস্কৃতিৰ শিপাক মজবুত কৰি ৰখাৰ প্ৰয়াস

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

Topics

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

Related Articles

Popular Categories

Assam
clear sky
31.4 ° C
31.4 °
31.4 °
64 %
1.8kmh
0 %
Thu
32 °
Fri
35 °
Sat
33 °
Sun
34 °
Mon
33 °