মাতৃৰ স্মৃতিত প্ৰতিষ্ঠা কৰা জালুকবাৰীৰ হেমলতা ধাবাঃ শিক্ষিত যুৱতীসহ ডেৰকুৰিৰো অধিকক দিছে কৰ্মসংস্থাপন; জনগোষ্ঠীয় খাদ্য সম্ভাৰৰে অন্তৰ জয় কৰিছে খাদ্যৰসিকক

জালুকবাৰীঃ বিগত কেইটামান দিনত গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ বিভিন্ন অঞ্চলত হোটেল, ৰেস্তোৰাঁ, ধাবাত অভিযান চলায় কেইবাখনতো খাদ্যৰ অনুপযোগী মাংস আদি জব্দ কৰাৰ লগতে অতি অস্বাস্থ্যকৰ […]

দীপৰ বিলৰ মাছ সংৰক্ষণৰ বাবে দীপৰ বিল পাছপাৰা সমবায় সমিতি লিমিটেডৰ প্ৰয়াসঃ বিলৰ মাছৰ সুৰক্ষাৰ বাবে খনা নৈ সংযোগী স্থানত স্থাপন কৰা হৈছে সাৰ বান্ধ

আজাৰাঃ গুৱাহাটীৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা দীপৰ বিলৰ আন এটা সুনাম আছে। সেই সুনামটো হল দীপৰ বিলৰ মাছৰ সোৱাদ। দীপৰ বিলৰ […]

পানীখাইটিৰ লুইতৰ পাৰত স্মৃতি ৰোমন্থন অৰ্ধ শতাধিক প্ৰাক্তন গৰ্ডনিয়ানৰ

বন্ধুত্বৰ আহ্বান নেওচিব নোৱাৰি কাৰ্বি আংলং-কোকৰাঝাৰ-বঙাইগাঁও-বিশ্বনাথৰপৰাও আহিল ভূপেন-অঞ্জন-কমল-ৰত্ন গুৱাহাটীঃ প্ৰায় দুকুৰি দুবছৰৰ অন্তত গুৱাহাটীৰ পানীখাইটিৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ মাজত দেওবাৰে পুনৰ মিলিত হ’ল নলবাৰীৰ চৰকাৰী […]

প্রথিতযশা শিল্পী, অভিনেতা, পৰিচালক আৰু নাট্যকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু

♦ প্রথিতযশা শিল্পী, অভিনেতা, পৰিচালক আৰু নাট্যকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যলৈ আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছত বিশিষ্ট অভিনেতা- পৰিচালকজনৰ […]

গুৱাহাটীৰ উলুবাৰীত মুকলি অত্যাধুনিক পূৰ্নবাস কেন্দ্ৰ আৰু জিম

‘ফিটনেচ চায়েঞ্চ’ত উপলব্ধ থাকিব ফিজিঅ’থেৰাপি, পূৰ্নবাস আৰু জিম মুকলি অনুষ্ঠানত উপস্থিত থাকে বিচিচিআইৰ জইণ্ট চেক্ৰেটেৰী দেৱজীত লন শইকিয়া উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পূর্ণবাস কেন্দ্ৰৰ শুভ উদ্বোধন। মহানগৰীৰ […]

ইত্যাদি মঞ্চৰ নাট্যসন্ধ্যাত মঞ্চস্থ হ’ল বৰাক-ব্ৰহ্মপুত্ৰ ভিন্ন প্ৰান্তৰ দুখনকৈ নাটক

● শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি ইত্যাদি উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা নাট্য সন্ধ্যাত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ […]

গুৱাহাটীত অংগনাৰ নতুন নাটক প্ৰেমচন্দৰ ‘পুছ কী ৰাত’ সফলতাৰে মঞ্চস্থ

জালুকবাৰীঃ অসমৰ অন্যতম নাট্যগোষ্ঠী হিচাপে পৰিচিত হৈ অহা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ ‘অংগনা’ নাট্যগোষ্ঠীয়ে মুন্সী প্ৰেমচন্দৰ নাট ‘পূছ কী ৰাত’ নাটখন গুৱাহাটীৰ জু – ৰোডৰ […]

“অসম জাৰ্ণেলিষ্ট এণ্ড ই-মিডিয়া ফ’ৰাম” ৰ আত্মপ্ৰকাশ

● সাংবাদিক সকলৰ সৰ্বাংগীন কল্যাণ আৰু সামাজিক নিৰাপত্তাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে নতুনকৈ আত্মপ্ৰকাশ ঘটিল ” অসম জাৰ্ণেলিষ্ট এণ্ড ই-মিডিয়া ফ’ৰাম” নামৰ এক সাংবাদিক সংগঠনৰ। […]

দুৰ্ঘটনামুক্ত দীপাৱলী উদযাপনৰ বাবে বাহন চলাওঁতে অধিক সতৰ্কতা অৱলম্বনৰ আহ্বান পৰিবহণ বিভাগৰ

গুৱাহাটীঃ পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত সকলো যানবাহন ব্যৱহাৰকাৰীকে বাহন চলাওঁতে অধিক সতৰ্কতা অৱলম্বনৰ আহ্বান জনাইছে অসম চৰকাৰৰ পৰিবহণ বিভাগে। ইয়াৰ বাবে সকলোকে সম্পূৰ্ণ নিয়ম-শৃংখলা তথা […]

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ‘নাক’ৰ পৰিদৰ্শন

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান মহাবিদ্যালয়ত ২৫ আৰু ২৬ অক্টোবৰত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ পৰিদৰ্শক মণ্ডলীৰ দ্বাৰা তৃতীয় চক্ৰৰ বাবে পৰিদৰ্শন অনুষ্ঠিত হয়। দুদিনীয়া […]