31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    ৩০ বছৰীয়া সাংবাদিকতা জীৱনৰ  সম্পূৰ্ণ জ্যেষ্ঠ সাংবাদিক ভূৱন লুইটেলৰ :
     দল – সংগঠনৰ শুভেচ্ছা জ্ঞাপন,

    ৩০ বছৰীয়া সাংবাদিকতা জীৱনৰ  সম্পূৰ্ণ জ্যেষ্ঠ সাংবাদিক ভূৱন লুইটেলৰ :
     দল – সংগঠনৰ শুভেচ্ছা জ্ঞাপন,

    অসম খবৰ ডিজিটেল ২১ মাৰ্চ:

    আজি বিশেষ দিনটোৰ পৰাই বিহালী কমাপুখুৰী নিবাসী স্নাতক ডিগ্ৰীধাৰী ভূৱন লুইটেলে ২১ মাৰ্চ ১৯৯২ চনৰ পৰা গুৱাহাটীৰ পৰা প্ৰকাশিত “সাপ্তাহিক দেওবাৰ ” নামৰ বাতৰি কাকতত খনত সাংবাদিকতা আৰম্ভ  কৰিছিল ভুৱন লুইটেলে।

    ইয়াৰ পিছত ১৯৯৪ চনৰ পৰা দৈনিক আজিৰ নামৰ বাতৰি কাকতত সাংবাদিকতা আৰম্ভ কৰিছিল ।

    তাৰ পিছৰ পৰা নতুন  দৈনিক,দৈনিক অগ্ৰদূত,  আমাৰ অসম ,আজিৰ দৈনিক বাতৰি,হিন্দী  দৈনিক পূৰ্বাঞ্চল  প্ৰহৰী , নেপালী দৈনিক হাম্ৰো প্ৰজা শক্তি  আৰু বৰ্তমান  নিয়মীয়া বাৰ্তাত সংবাদ সেৱা আগবঢ়াই আছে।

    জ্যেষ্ঠ সাংবাদিক ভুৱন লুইটেলে ২০০৫ চনত মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ অধীনৰ অহিন্দী ভাষী ৰাজ্যৰ হিন্দী লেখকৰ দহ দিনীয়া কৰ্মশালা গুজৰাটৰ আহমেদাবাদত অংশগ্ৰহন কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানত
    বিহালীৰ আন এজন শিশু সাহিত্যিক তথা সাংবাদিক দিলীপ কুমাৰ বৰুৱায়ো অংশগ্ৰহন কৰিছিল।
    ক্ৰমান্বয়ে ১৯৯৫ চনৰ পৰা  বিহালী প্ৰেছ ক্লাৱৰ লগত  জড়িত হৈ সহ:সম্পাদক, সম্পাদক আৰু সভাপতি পদত কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও আপকুৰ কেন্দ্ৰীয় সদস্য, অবিভক্ত  শোণিতপুৰ জিলা  আপকুৰ সহ: সম্পাদক, বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সহ: সম্পাদক  আৰু উপ- সভাপতিও আছিল।
    ইফালে এই সাংবাদিকতা নিৰপেক্ষ নিষ্ঠাৰে এই যাত্ৰা আজি ২১ মাৰ্চ তাৰিখত তেওঁ ৩০ বছৰ  সম্পূৰ্ণ কৰে।

    এই ৩০ বছৰীয়া সাংবাদিকতা যাত্ৰা সময়ত চোৱাত বহু ঘাট প্ৰতিঘাট মাজত পাৰ কৰিছ যদিও তেওঁ এই যাত্ৰা অব্যাহত ৰাখিছে বিহালীত।
    ইফালে এই কঠিন ৩০ বছৰীয়া
    উপলক্ষে আপকুৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা শোভিত কুমাৰ ছেত্ৰী,  কবি-সাহিত্যিক বিশিষ্ট সমাজ কৰ্মী, প্ৰাক্তন শিক্ষক
    প্ৰদীপ কুমাৰ শৰ্মা,(বেদেতী) বিশ্বনাথ জিলা   আপকুৰ উপদেষ্টা,বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক  খগেন মটক, সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় সহ: সম্পাদক শ্ৰীমন্ত দাস, জ্যেষ্ঠ সাংবাদিক বসন্ত বৰা, বিশিষ্ট সমাজ কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক
    নিৰঞ্জন হাজৰিকা, সমাজ কৰ্মী প্ৰেমলাল গঞ্জু, অসম খবৰ ডিজিটেল নিউজ পৰ্টেল মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ, সাংবাদিক মহেন্দ্ৰ পাগাক,
    যুৱ সাংবাদিক আব্দুল বাৰেক,সাংবাদিকত্ৰিদীপ দাস,বিহালী আছুৰ প্ৰাক্তন সভাপতি দিগন্ত দাস, প্ৰাক্তন আছু নেতা মানস জ্যোতি দাস, সদৌ ৰাংছালী আৰ্থসামাজিক উন্নয়ন সমিতি সভাপতি চিৰাজ হাজৰিকা, শিক্ষক সঞ্জীৱ কুমাৰ দাস, নিজ বিহালী গাওঁ পঞ্চায়ত সভাপতি প্ৰেম কান্ত চেত্ৰী, বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস, নিজ বিহালী জিলা পৰিষদৰ সদস্যা দিপিকা দেৱী ঢাকাল, বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক ৰিদিপ দাস, প্ৰাক্তন আছু নেতা অৱনী হাজৰিকা, সাংবাদিক পলাশ প্ৰিয়ম,
    নেচাৰ্চ বন্য প্ৰাণৰ শিক্ষা সচিব গকুল মহন্ত,  গোলাঘাটৰ সাংবাদিক  দ্বীপম জ্যোতি বৰুৱা,  কবি-সাহিত্যিক ঘণশ্যাম বৰাল,মিলন বহৰা,নগেন শৰ্মা, প্ৰাক্তন শিক্ষক
    কুমাৰ পোখ্ৰেল, অসম গ্ৰামীণ  বিকাশ বেংকৰ আঞ্চলিক পৰিচালক দেবী অধিকাৰী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিহালী আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি  পুতুল দাস, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক অনিল বনীয়া,
    অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰ আৰু সাংবাদিক অম্লান কাশ্যপ চাহাকে ধৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তিয়ে ভূৱন লুইটেলক শুভেচ্ছা জ্ঞাপন কৰিছে।

    ২২ মাৰ্চত প্ৰথম বাতৰি প্ৰকাশ পোৱা ভুবন লুইটেলক অসমৰ অন্যতম যুৱ সাংবাদিক সাংবাদিক সংগঠন সুৰক্ষা মঞ্চ অসম,গ্ৰীন আচিয়ানা ওৱেলফাৰ চ’ছাইটি,
    বিশ্বনাথ জিলা সাংবাদিক সন্হা,আৰু বিশ্বনাথ জিলা প্ৰসাশনে ইতিমধ্যে সম্বৰ্ধনা জনাইছে ।
    সাংবাদিকতাৰ লগতে তেও অন্যান্য সামাজিক কাম কাজতো জড়িত।

    পুৰ্বাঞ্চল প্ৰনামী যুৱ‌ পৰিষদৰ প্ৰাক্তন সভাপতি,অসম গোৰ্খা সম্মিলনৰ প্ৰাক্তন উপসভাপতি,পুৰ্বাঞ্চল প্ৰনামী ধৰ্ম পৰিষদৰ প্ৰচাৰ সম্পাদক,হাম্ৰো চিনাৰী উত্তৰ পুব ভাৰতৰ প্ৰচাৰ সম্পাদক ,পীতাম্বৰ পীঠ পৰিচালনা সমিতি,নেপালী ভাষাৰ তিনি মহীয়া আলোচনী পুৰ্বোদয় আদিৰ লগত জড়িত।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds