ধলপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

ধলপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

দ্ৰুতবেগী বাহনে মহতীয়াই নিলে বাইক আৰোহীক।
যোৱা নিশা প্ৰায় ১০ বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধলপুৰত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

য’ত থিতাতে নিহত হয় এজন বাইক আৰোহী

নিহত লোকজন শিমলুগুৰিৰ ৩ নং নিমুৰিৰ গৌতম ফুকন।

দুৰ্ঘটনা সংঘটিত কৰা বাহন খন ধৰিবলৈ সক্ষম হৈছে লখিমপুৰ লালুকত।

জানিব পৰা মতে গাড়ীখনে বইলাৰ মুৰ্গী কঢ়িওৱা কামত নিয়োজিত আছিল বাহন খনৰ নাম্বৰ AS 12 BC 8416 ।

ঘটনাস্থান পৰা আৰক্ষীয়ে AS 07 K 4166 নম্বৰৰ বাইক উদ্ধাৰ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*