হৰ ঘৰ দস্তুক কাৰ্যসূচীত বিধায়ক উৎপল বৰা :
মুখ্যমন্ত্ৰী নিৰ্দেশ অনুসৰি সমগ্ৰ ৰাজ্যতে ক’ভিড টিকাকৰণ নিশ্চিত কৰিবলৈ কৰ্মচাৰী স্বাস্থ্য কৰ্মীক ঘৰে ঘৰে গৈ সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে।
ইফালে মুখ্যমন্ত্ৰী নিৰ্দেশ পিছতে স্বাস্থ্য কৰ্মী শিক্ষক ঘৰে ঘৰে গৈ খবৰ লোৱা দেখা গৈছে বিশ্বনাথ বিহালী গহপুৰত।
ইফালে মঙলবাৰে গহপুৰ সমষ্টিৰ ডুবিয়া গাওঁ পঞ্চায়তৰ জাৰণি গাওঁত, স্বাস্থ্য বিভাগৰ বিষয়ববীয়া সকলৰ সৈতে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই “হৰ ঘৰ দস্তুক“ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অঞ্চলটো ৰাইজক কভিড ভেকচিন লবলৈ আহ্বান জনাই এক সজাগতা সৃষ্টি কৰে ।
Leave a Reply