বিৰ্তক বঙালী নেতা প্ৰদীপ দত্ত ৰয়ই মমতা বেনাৰ্জীৰ কিয় অনুৰোধ জনালে :

padip dutta

প্ৰদীপ দত্ত ৰয়ই মমতা বেনাৰ্জীৰ কিয় অনুৰোধ জনালে :

বিৰ্তক বঙালী নেতা
প্ৰদীপ দত্ত ৰয়ক কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰয় শৰণাপন্ন হ’ব বিচাৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

গ্ৰেপ্তাৰ হোৱাৰ পিছতে প্ৰদীপ দত্ত ৰয়ে সংবাদ মাধ্যমৰ জৰিয়তে মমতা বেনার্জীলৈ কাতৰ আহ্বান জনাই তেওঁক সহায় কৰিবলৈ আহ্বান জনায় প্ৰদীপ দত্ত ৰয়েই ।

ৰয়ে বঙালীৰ ওপৰত নির্যাতন হোৱাৰ অভিযোগ উত্থাপন কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকী সহায় বিচাৰে।

ৰয়ৰ মতে অসমৰ হিন্দু-মুছলিম বঙালীৰ এতিয়া বিপদৰ মাজত। ৰয়ে কয়- অসমৰ বিজেপি চৰকাৰ বঙালী বিৰোধী।

মোক গ্ৰেপ্তাৰ কৰি হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ই। বৰাক উপত্যকাৰ সমূহ বঙালীকে মই আবেদন কৰিছো, অসমত বঙালী আজি বিপদাপন্ন।


পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীক অনুৰোধ জনাইছো, আপুনি আহক আৰু চাওক অসমৰ বঙালী হিন্দু-মুছলিম কিভাবে বিপন্ন।”

mamata didi

উল্লেখ্য যে শেহতীয়াকৈ বৰাকত চৰকাৰী ভাৱছ এখন বেনাৰ অসমীয়াত লিখা বেনাৰ খন এসপ্তাহ ভিতৰত প্ৰদীপ দত্ত ৰয়ে আঁতৰোৱাৰ হুংকাৰ দি কাৰ্যক্ষেত্ৰত বাস্তৱ ৰূপ দিয়াত সফল হোৱা প্ৰদীপ দত্ত ৰয়ে অসমীয়া ভাষাক লৈ বিতৰ্কিত বক্তব্য ৰাজ্য ৰাজনীতি বতাহ গৰম কৰি তুলিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*