আন্দোলন নকৰিলে দোকান নচলে কিছুমান মানুহৰ ::বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

mla nalbari

আন্দোলন নকৰিলে দোকান নচলে কিছুমান মানুহৰ ::
বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

আন্দোলন নোহোৱা বাবে কিছুমান মানুহৰ গা বোৰ সুজাই আছে।

আন্দোলন নকৰিলে তেওঁলোকৰ দোকান নচলে।চান্দাও নুঠে এতিয়া তেওঁলোকে আন্দোলন বিচাৰি আছে।

কেৱল দুই এজন নহয় এনেকুৱা দোকান অসমত বহু মানুহে বহু বছৰ আগৰ পৰা চলাই আছিল।

চান্দা সংস্কৃতি বন্ধ কৰি দিয়া বাবে তেওলোকে কা আন্দোলন কৰিম বুলি কৈছে।

চান্দা সংস্কৃতি বন্ধ কৰি দিয়া বাবে তেওঁলোকে হাবাথুৰি খাইছে।

আন্দোলন চলে চান্দাৰ পৰা।চান্দা নহ’লে আন্দোলন ক’ত চলিব

অসমৰ ৰাইজে আন্দোলনকাৰীক বুজিবলৈ বাকী নাই,যোৱা কা আন্দোলন কৰি কোনোবা সাংসদ হৈছে আৰু কোনোবা বিধায়ক হৈছে।

ৰাইজে ভোট নিদিলে সেইটো ডাঙৰ কথা নহয় কিন্তু ৰাইজে বুজি পালে তেওঁলোকৰ আন্দোলনৰ ভাষা কি আছিল।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.