১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন প্ৰতিটো ৰাজনৈতিক দলেই চলাইছে নিৰ্বাচনী প্ৰচাৰ
১০৭নং বিধান সভাৰ থাওৰা সমষ্টিত আজি বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ উপনিৰ্বাচনী প্ৰচাৰ চলাবলৈ বকতাৰ নঙলামৰা দা ধোৱা পুখুৰীৰ পাৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।থাওৰা সমষ্টিৰ বকতাৰ নঙলামৰাত সুশান্ত বৰগোঁহাইৰ হৈ উপনিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই বিপুল ভোটত জয়ী হোৱাৰ আশা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা।
লগতে সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কংগ্ৰেছ দল আৰু ৰাইজৰ দলক Total failure বুলি অভিহিত কৰা পৰিলক্ষিত হয়।
প্ৰেৰক পাৰ্থ প্ৰতিম বৰুৱাৰ
Leave a Reply