ভাৰতত কোভিড প্রতিষেধ প্ৰদানে ৮২ কোটিৰ সীমা অতিক্ৰম কৰিছে

SRINAGAR, SEP 21 (UNI) A paramedical staffer immunizes a civilian in capital city of Lal Chowk in Srinagar during a drive intensified by the authorities to control COVID-19 coronavirus infection in the Kashmir valley on Tuesday. UNI PHOTO SRN -4.

■ কোভিড প্রতিষেধক প্ৰদানত সাফল্যত ভাৰত। ভাৰতত কোভিড-১৯ৰ প্রতিষেধকৰ প্ৰদানত ৮২ কোটিৰ সীমা অতিক্ৰম কৰিছে। তথ্য অনুসৰি দেশৰ জনসাধাৰণক ৮২ কোটি ৫৭ লাখ ৮০ হাজাৰৰো অধিক ভেকছিন পালি প্ৰদান কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে, কালিৰ দিনটোত ৬৮ লাখ ২৬ হাজাৰৰো অধিক ভেকছিন পালি প্ৰদান কৰা হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.