34 C
Guwahati
Wednesday, July 28, 2021

Buy now

১০৭ বছৰ বয়ষত আজি মৃত্যু হয় হজি আলহাজ ইউচুফ আলীৰ

♦নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাতুৰিয়া গাঁৱৰ আলহাজ্ ইউছুফ আলী আজি দিনৰ ২ বাজি ৪০ মিনিটত মৃত্যু হয়। মৃত্যুৰ পূৰ্বে তেখেতৰ বয়স ১০৭ বছৰ।

আলহাজ ইউচুফ আলীৰ কাইলৈ পুৱা ৮ বজাত জনানা সম্পন্ন হ’ব নিজ বাস গৃহত।
তেখেতৰ কৰ্ম জীৱন আছিল ইছলামিক মছজিদৰ ইমামটি ৩৫ বছৰ। আৰু পীৰ মূৰ্শিদ হিচাপে সমাজৰ হয় কাম কৰিছিল ৬৫ বছৰ।
তেখেতে হজ কৰিছিল ১৯৬৯ ইং চনত।
তেখেতৰ শিষ্য ৭৭০ জন,অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেখেতে ইছলামীক শিক্ষা দিছিল।
আজি তেখেত সকলোৰে মাজৰ পৰা বিদায় লোৱাত তেখেতৰ গুণমুগ্ধই  দুখত মৰ্মাহত হৈ পৰিছে।

spot_img

Related News @ Articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Stay Connected

21,981FansLike
2,876FollowersFollow
277SubscribersSubscribe
spot_img
- Advertisement -spot_img

Latest Articles & News

spot_img
Facebook
error: Content is protected !!