সাপ, জেঠি, কুমজেলুকা আদি ভক্ষন কৰা এগৰাকী অদ্ভূত ব্যক্তি

■ আপোনালোকে Discovery man Bear Grylls ৰ বিষয়ে জ্ঞাত। গৰাকী ব্যক্তিয়ে সাপ, ভেকুলি আদি যি কোনো বস্তু ভক্ষন কৰিব পাৰে আৰু বন্য প্ৰানী উদ্ধাৰো কৰে।
তেনে এগৰাকী ব্যক্তি আছে এইখন অসমৰে নলবাৰী জিলাত। হয়, নলবাৰী জিলাৰ বিলপাৰ গাওঁৰ বাসিন্দা বুবুল ডেকাই সাপ, জেঠি, কুমজেলুকা আদি প্ৰানীবোৰ কেচাই-কেচাই ভক্ষন কৰিব পাৰে। যিবোৰ প্ৰানী দেখিলে আমাৰ শিহৰন হয়। এই বিষ থকা প্ৰানীবোৰ খোৱাতো বুবুল বৰ্মনৰ তেনেই সহজ কথা।

 

১৯৯৮ চনৰ পৰাই যেতিয়া তেওঁৰ বয়স প্ৰায় ১৭/১৮ মান আছিল, এনেকুৱা অদ্ভুত কাৰ্যবোৰ কৰিবলৈ আৰম্ভ কৰিছিল। এই বিৰল প্ৰতিভাৰ অধিকাৰি বুবুল ডেকাই ৰাজ্যৰ ভিন্ন প্ৰান্তত তেওঁৰ কলা সমূহ প্ৰৰ্দশন কৰি আহিছে। কিন্তু তেওঁক দেখি যেন কোনেও এনে কাৰ্য নকৰে এই বিষয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.