31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰী জিলাৰ দলুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ১০ গৰাকী যাত্ৰীৰ

    ■ নলবাৰীৰ দলুৱাত পথ দূৰ্ঘটনা৷

    ■ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত বাগৰিল এখন ট্ৰেভেলাৰ৷

    ■ ঢেকিয়াজুলিৰ পৰা ধুবুৰীলৈ শ্ৰমিক কঢ়িয়াই আনিছিল ট্ৰেভেলাৰ খনে৷

    ■ AS12AC5201 নম্বৰৰ ট্ৰেভেলাৰ খন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলুৱাত প্ৰায় ৮-৩০ বজাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিত।

    ■ এজোপা নাৰিকল গছত খুন্দা মাৰি ওলমি ৰয় গাড়ীখন৷

    ■ ট্ৰেভেলাৰ খনে কঢ়িয়াই আনিছিল ১০ গৰাকীকৈ যাত্ৰী৷

    ■ কম-বেচি পৰিমাণে আহত হৈছে কেবাজনো যাত্ৰী৷

    ■ আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰা হয় যাত্ৰীসকলক।

    ■ আহত যাত্ৰী সকলক পঠোৱা হৈছে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ৷

    ■ মেচিনৰে চিট কাটি উলিওৱা হৈছে যাত্ৰীক৷

    ■ কথমপি প্ৰাণ ৰক্ষা ১০ গৰাকীকৈ যাত্ৰীৰ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds