সমাগত লোক সভা নিৰ্বাচন। অসমত ১৪ লোক সভা আসনৰ বাবে বিভিন্ন ৰাজনীতি দলে নিজৰ নিজৰ প্ৰাৰ্থী আগবঢ়াই নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। ইফালে কংগ্ৰেছ দলে এই বাৰ যোৰহাট সংসদীয় সমষ্টিৰ পৰা সাংসদ গৌৰৱ গগৈক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।।আনহাতে বিজেপি দলে সাংসদ তপন গগৈক প্ৰাৰ্থীত্ব প্ৰধান কৰিছে। ইফালে দুয়ো টা ৰাজনীতি দলৰ দুয়ো প্ৰাৰ্থীয়ে ব্যাপক হাৰত প্ৰচাৰ চলোৱা বিপৰীতে গৌৰৱ গগৈয়ে ব্যতিক্ৰমী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে । ভোটাৰ ৰাইজৰ কাষত গৌৰৱ গগৈ উপস্থিত বৈ বিহু নাচি নাচি প্ৰচাৰ চলোৱা দেখা গ’ল যোৰহাট সমষ্টিত।
Leave a Reply Cancel reply