আজি অনুষ্ঠিত অসম কেবিনেটত
পথ সংযোগ উন্নীতকৰণৰ বাবে ৩ হাজাৰ কোটি টকা ব্যয়েৰে ১ হাজাৰ কিল’মিটাৰৰ পথ প্ৰকল্প।
কৰ আয়ুক্তৰ অধীনত নতুন কাৰ্যালয় ভৱনৰ বাবে অতিৰিক্ত আকলন।
৯০ গ্ৰাম্য পথ আৰু ৪খন দলঙৰ উন্নীতকৰণৰ বাবে নাবাৰ্ডৰ পৰা ঋণ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
Leave a Reply