তেজপুৰ গণেশ মন্দিৰত গণেশ পূজা উপলক্ষে ভিৰ ভক্ত
আজিৰ পৰা আৰম্ভ হৈছে গণেশ চতুৰ্থী ৷ দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন নীতি-নিয়মেৰে গণেশ বাবাক কৰা হৈছে পূজা অৰ্চনা ৷ ৰাজ্যৰ আন আন প্ৰাপ্ত লগতে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা ঐতিহাসিক গণেশ মন্দিৰতো আজি পূৱা ৫ বজাৰ পৰাই গণেশ পূজা উপলক্ষে গণেশ মন্দিৰত অগণ অগণ ভক্তই ভিৰ কৰা দেখা গৈছে ।
ইফালে এই পূজাত যাতে কোনো ভক্তই অসুবিধা নাপায় তাৰ বাবে আয়োজনক সমিতিয়ে সকলো সা-সুবিধা কৰি দিয়া হৈছে বুলি উল্লেখ কৰে আয়োজনক সমিতি বিষয়বীয়াই।
Leave a Reply