31.3 C
Guwahati
Thursday, November 6, 2025
More

    শেহতীয়া আপডেটঃ

    বৰগাং নদী তীব্ৰ খহনীয়া ৩৩ হাজাৰ ভল্টৰ বিদ্যুৎ তাঁৰ খহনীয়াত জাহ যোৱা সম্ভাৱনা 

    বৰগাং নদী তীব্ৰ খহনীয়া ৩৩ হাজাৰ ভল্টৰ বিদ্যুৎ তাঁৰ খহনীয়াত জাহ যোৱা সম্ভাৱনা

    বিশ্বনাথ ২১ জুলাই।

    শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠিছে লুইতৰ বুকু লগতে উপ নৈ সমূহ যাৰ ফলত ৰাজ্যৰ বিভিন্ন অংশত সৃষ্টি হৈছে এতিয়া তীব্ৰ খহনীয়াৰ।

     

    ইফালে অৰুণাচল প্ৰদেশত দিয়া ধাৰাষাৰ বৰষুণৰ ফলত বিহালী সমষ্টিৰ বৰগাং নদীৰ উফন্দি যোৱা ফলত বৰগাং পকী দলং ওচৰত তীব্ৰ খহনীয়া সৃষ্টি হোৱা দেখা গৈছে। আনহাতে এই খহনীয়া ফলত ৩৩ হাজাৰ ভল্টৰ বিদ্যুৎ তাঁৰ খহনীয়াত জাহ যোৱা সম্ভাৱনাই দেখা দিছে

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds