Monday, June 9, 2025
27.5 C
Guwahati
TOP NEWS:

ধুবুৰী কোকৰাঝাৰ সীমান্তত  এনকাউন্টা ঘটনা :আৰক্ষীৰএনকাউন্টাৰত ধুবুৰীৰ কুখ্যাত গো মাফিয়া আদম আলী মৃত্যু

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ধুবুৰী কোকৰাঝাৰ সীমান্তত  এনকাউন্টা ঘটনা :আৰক্ষীৰএনকাউন্টাৰত ধুবুৰীৰ কুখ্যাত গো মাফিয়া আদম আলী মৃত্যু ::

দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলা দি গো মাফিয়া চলাই অহা আদম আলী অৱশেষত আৰক্ষীৰ গুলিত মৃত্যু হয়।

ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয়ত আদম আলীৰ মৃত্যুদেহ ৰখা হৈছে বুলি দিয়ে আৰক্ষীয়ে।

গো মাফিয়াই আৰক্ষী পৰা পলাবলৈ চেষ্টা কৰা সময়তে  আৰক্ষীয়ে গুলি চলোৱাত গো মাফিয়াটো দেহত গুলি লগাত ততাতৈয়াকৈ আৰক্ষীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰত চিকিৎসা বাবে ভৰ্ত্তি কৰোঁ হয় যদি অৱশেষত মৃত্যু হয় গো মাফিয়াটো। ইফালে গো মাফিয়া গুলিত দুজন আৰক্ষী বিষয়া আহত হোৱা বুলি জানিব পৰা গৈছে যদিও আৰক্ষীয়ে বৰ্তমান সময়লৈকে স্পষ্ট কৰা নাই তথ্য।

আৰক্ষীয়ে এনকাউন্টাৰ  ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ধুবুৰীত আৰক্ষী এনকাউন্টা গো মাফিয়া বিৰুদ্ধে |  Encounta in Dhubri  ||

ধুবুৰী নাছিৰুদ্দিনৰ সহযোগত ধুবুৰীৰ পৰা আলী আজাত ইছলামৰ প্ৰতিবেদন

- Advertisement -

Hot this week

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো...

সাম্প্ৰতিক বানত জুৰুলা কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে শীৰ্ষ বিষয়াসকলৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক

সাম্প্ৰতিক বানত ৰাজ্যৰ কৃষি ভূমিসমূহৰ হোৱা ক্ষতি সন্দৰ্ভত পৰ্যালোচনা...

Monsoon Session of Parliament to be convened from 21st of next month

The government today announced the schedule for the Monsoon...

Topics

বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল দুজন

বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল...

ASSAM RIFLES UNDERTAKES PRO ACTIVE MEASURES TO THWART HEALTH ISSUES POST FLOODS

● Following the recent flood rescue efforts in Tripura...

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৩০ ছেপ্তেম্বৰলৈকে অটল নগৰীয়া উজ্জীৱিতকৰণ...

Monsoon Session of Parliament to be convened from 21st of next month

The government today announced the schedule for the Monsoon...

Related Articles

Popular Categories

Assam
clear sky
26.5 ° C
26.5 °
26.5 °
80 %
1.1kmh
0 %
Sun
26 °
Mon
35 °
Tue
36 °
Wed
35 °
Thu
36 °