মায়ঙৰ বুৰাবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
মায়ঙৰ বুৰাবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰতিবেদক, মায়ং,২৬জানুৱাৰী: মৰিগাঁও জিলাৰ মায়ঙৰ বুৰাবুৰী গাৱত পথ দুৰ্ঘটনাত গুৰুত্বৰ বাবে আহত তিনি জন বাইক আৰোহী। এখন বাইকতে তিনি জনকৈ […]
মায়ঙৰ বুৰাবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰতিবেদক, মায়ং,২৬জানুৱাৰী: মৰিগাঁও জিলাৰ মায়ঙৰ বুৰাবুৰী গাৱত পথ দুৰ্ঘটনাত গুৰুত্বৰ বাবে আহত তিনি জন বাইক আৰোহী। এখন বাইকতে তিনি জনকৈ […]
লখিমপুৰ গণতন্ত্ৰ দিৱসত যোগেন মোহন : আজি গণতন্ত্ৰ দিৱসৰ উপলক্ষে লখিমপুৰত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত জিলা প্ৰসাশনে উদ্যাপন কৰে দেশৰ ৭৩ […]
মায়ঙৰ চনকা ৰাইজৰ মুখত হাঁহি বিৰিঙিছে প্ৰতিবেদক,মায়ং,২৫জানুৱাৰী: বহু বছৰৰ মূৰত মায়ঙৰ চনকা ৰাইজৰ মুখত হাঁহি বিৰিঙিছে। মৰিগাঁও জিলাৰ মায়ঙৰ ৰাজহ চক্ৰ ৰ অন্তৰ্গত মায়ং পঞ্চায়ত […]
সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC in Chief পদত নিযুক্ত প্ৰথম গৰাকী অসমীয়া লেঃ জেনেৰেল ৰাণাপ্ৰতাপ কলিতা ।
অসম চাহ জনজাতী ছাত্ৰ সন্থা’বিহালী শাখা সমিতি প্ৰশংসনীয় পদক্ষেপ :ভুক্তভোগী মেধাৱী ছাত্ৰীক প্ৰদান কৰিলে চাইকেল : অসম চাহ জনজাতি ছাত্ৰ সন্থা বিহালী শাখা সমিতি বিষয়ববীয়াই […]
ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বি জে পিৰ হাতলৈ । একক সংখ্যাগৰিষ্ট আসনেৰে বিজেপিৰ দখলত । লখিমপুৰ জিলাত থকা পৰিষদ খনৰ ৫ টা সমষ্টিত ১৫ জনকৈ […]
পূৱ ডিক্ৰং মহাবিদ্যালয়ত ৰাট্ৰীয় কন্যা শিশু দিৱস উদ্যাপন । আজি পূৱ ডিক্ৰং মহাবিদ্যালয়ত ৰাট্ৰীয় সেৱা আঁচনি গোটৰ সৌজন্যত মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত ৰাট্ৰীয় […]
পূৱ ডিক্ৰং মহাবিদ্যালয়ত ৰাট্ৰীয় কন্যা শিশু দিৱস উদ্যাপন আজি পূৱ ডিক্ৰং মহাবিদ্যালয়ত ৰাট্ৰীয় সেৱা আঁচনি গোটৰ সৌজন্যত মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত ৰাট্ৰীয় কন্যা […]
ঘগ্ৰাপাৰত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাৰ সামৰণি ছাত্ৰ ছাত্ৰীৰ মাজত পুৰস্কাৰ বিতৰণ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ পৃষ্ঠপোষকতাত অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা […]
ঘগ্ৰাপাৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-কৰ্মীৰ উপস্থিতিত সভা সম্পন্ন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত ঘগ্ৰাপাৰ […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds