ভাৰতীয় বন সেৱাৰ বিষয়া, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য বন সংৰক্ষক ঋতেশ ভট্টাচার্যৰ আকস্মিকভাবে হৃদৰোগত আক্রান্ত হৈ ৩১ অক্টোবৰত গুৱাহাটীৰ খানামুখস্থিত মধুবন নগৰৰ ভাড়াঘৰত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ পুত্ৰ , দুজনী কন্যা , জোঁৱাইকে ধৰি বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়। উল্লেখ্য যে অসম বন সেৱাত নিৰ্বাচিত হৈ অসম চৰকাৰৰ বন বিভাগৰ কেবাটাও শাখাত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰা ঋতেশ ভট্টাচাৰ্যই বন সংমণ্ডল প্ৰাধিকাৰী হিচাপে কৰ্মৰত হৈ থাকোতে ভাৰতীয় বন সেৱালৈ নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত মুখ্য বন সংৰক্ষক হিচাপে ২০১০ চনৰ শেষত অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ ২০১২ চনৰ পৰা মৃত্যুৰ সম়য়োলৈকে খানামুখৰ মধুবন নগৰ নিবাসী, বিশিষ্ট চিকিৎসক ডাঃ গৌতম কুমাৰ শৰ্মাৰ ভাড়াঘৰত বাস কৰিছিল। বন বিভাগৰ দৰে অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগত উচ্চপদস্থ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছতো বিভাগত নিষ্ঠাবান বিষয়া হিচাপে সুনাম থকা ঋতেশ ভট্টাচাৰ্যই গুৱাহাটীত নিজাকৈ ঘৰ – মাটি ক্ৰয় কৰিব পৰা নাছিল। আজি দিনৰ ভাগত ভূতনাথ মুক্তিধামত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। জানিব পৰা মতে ডিব্ৰুগড় জিলাৰ টেঙাখাটৰ চুঙি গাঁওত জন্মগ্ৰহণ কৰা ঋতেশ ভট্টাচাৰ্য সৰুৰে পৰা এজন মেধাৱী ছাত্ৰ হিচাপে অঞ্চলটোত পৰিচিত আছিল। তেঁওৰ মৃত্যুত চূমি গাঁওত শোকৰ ছাঁ পৰে।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]




