31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালী ৰতোৱাত নাৰী দিৱস উদযাপন: বিধায়ক ৰঞ্জিত দত্তই প্ৰদান কৰিলে
    ১ কোটি ৩০ লাখ ৫০ হাজাৰ টকা চেক

    বিহালী ৰতোৱাত নাৰী দিৱস উদযাপন: বিধায়ক ৰঞ্জিত দত্তই প্ৰদান কৰিলে
    ১ কোটি ৩০ লাখ ৫০ হাজাৰ টকা চেক ::

    সমগ্র দেশৰ লগতে বিহালীতো উদযাপন কৰা হয় নাৰী দিৱস ।

    আন্তৰ্জাতিক নাৰী দিৱস”ৰ দিনাই নৱজাগৰণ মণ্ডল পৰ্যায় সংগঠন আৰু সমন্বয় মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত অসম ৰাজ্যিক জীৱিকা অভিযান বাঘমৰা শাখা অধীনত উদযাপন কৰা আন্তৰ্জাতিক নাৰী দিৱস আৰু চেক বিতৰণ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে বিধায়ক ৰঞ্জিত দত্তই।

    অসম চৰকাৰৰ “আত্মনিৰ্ভৰশীল নাৰী”ৰ সপোন সাৰ্থক কৰাৰ উদ্দেশ্যেৰে আজি “আন্তৰ্জাতিক নাৰী দিৱস”ৰ লগত সংগতি ৰাখি ক্ষুদ্ৰ বিনিয়োগ পুজিৰ ১ কোটি ৩০ লাখ ৫০ হাজাৰ টকাৰ ২৬১ টা আত্মসহায়ক গোটক ৫০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে।
    অনুষ্ঠান বিধায়ক ৰঞ্জিত দত্তৰ লগতে উপস্থিত থাকে অসম ৰাজ্যিক জীৱিকা অভিযান বাঘমৰা শাখাৰ বি,পি,এম, জ’কিম হাচদা প্ৰমুখ্যে বিভাগীয় বিষয়াসকল আৰু নৱজাগৰণ আৰু সমন্বয় মণ্ডল পৰ্য্যায় সংগঠনৰ সদস্যাসকল৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds