Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

বিহালী বেদেতী সাপ্তাহিক বজাৰত অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান বিশ্বনাথ আৱকাৰী আৰু বিহালী আৰক্ষী

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিহালী বেদেতী সাপ্তাহিক বজাৰত অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান বিশ্বনাথ আৱকাৰী আৰু বিহালী আৰক্ষী

ৰাজ্যত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ লগতে অবৈধ চুলাই বিৰুদ্ধে অভিযান।

ৰাজ্য চাহ জনগোষ্ঠীয় এলেকা অঞ্চলত বিষাক্ত চুলাই পান কৰি বিগত বৰ্ষত প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু ঘটাৰ পিছতে ৰাজ্যজুৰি অবৈধ চুলাই আৰু সুৰা বিৰোধী অভিযান চলাইছে আবকাৰী আৰু অসম আৰক্ষীয়ে।
ইফালে অবৈধ চুলাই বিৰুদ্ধে কঠোৰ হৈছে বিশ্বনাথ মহকুমা আৰু বিহালী চাৰ্কোল লগতে চতিয়া চাৰ্কোলৰ আৱকাৰী বিভাগক । বিশেষকৈ বিশ্বনাথ মহকুমাত থকা বৰগাং সাপ্তাহিক বজাৰ সংকেত আৰু বেদেতী সাপ্তাহিক বজাৰত কেইখনত বিগত কিছু দিন ধৰি মুকলিকৈ এখন অবৈধ চুলাই মদৰ বজাৰ গঢ়ি তুলিছিল। কিন্তু আৰক্ষী আৱকাৰী বিভাগে বাৰম্বাৰ অবৈধ চুলাই বজাৰত বিক্ৰী নকৰিবলৈক সকিয়নি দি আহিছিল যদিও বজাৰ বেদেতী সাপ্তাহিক বজাৰত মুকলিকৈ অবৈধ চুলাই বিক্ৰী কৰি অহা বুধবাৰে বিশ্বনাথ মহকুমা আৱকাৰী উপ অধীক্ষক নিৰ্দেশত বিহালী চাৰ্কোল আৰু চতিয়া চাৰ্কোল লগতে বিহালী আৰক্ষীয় সহযোগিতা বজাৰ খনত অভিযানত প্ৰায় ১০০০ অধিক লিটাৰ অবৈধ চুলাই মদ নষ্ট কৰে বেদেতী সাপ্তাহিক বজাৰত আৱকাৰী দলটোৱে।

উল্লেখযোগ্য যে বিশ্বনাথ জিলা পৰিষদৰ আৰু বিহালী খণ্ড উন্নয়ন কাৰ্যালয় অন্তৰ্গত বেদেতী বুধবৰীয়া সাপ্তাহিক বজাৰত দীৰ্ঘদিন ধৰি অবৈধ চুলাই মদৰ ৰমৰমীয়া ব্যৱসায়ী চলি থকা অভিযোগ দীৰ্ঘদিনীয়া যদিও মৌনতা ভাও ধৰে বিহালী উন্নয়ন খণ্ডত বিষয়া গৰাকীয়ে।

- Advertisement -

Hot this week

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds