31.3 C
Guwahati
Wednesday, November 12, 2025
More

    শেহতীয়া আপডেটঃ

    বিশিষ্ট সাংবাদিক , সমাজকৰ্মী বনমালী মেধীৰ মৃত্যু য়ে জোকাইছে সমগ্ৰ লক্ষীমপুৰ 

     

    জেষ্ঠ সাংবাদিক , সমাজকৰ্মী, লেখক বনমালীৰ মেধীৰ আত্মহত্যা বাতৰিয়ে বৃহত্ব লালুক অঞ্চলকে ধৰি সমগ্ৰ লক্ষীমপুৰ জিলাৰ বৌধিক মহলৰ পৰা ধৰি সাধাৰন শ্ৰেণী লোকলৈকে গভীৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

    জিলাখনৰ সকলোয়ে দাবী জনাইছে বনমালী মেধীৰ আত্মহত্যা তদন্ত অনতি পলমে চৰকাৰে আৰম্ভ কৰক ।
    প্ৰকৃত তথ্য তদন্ত নকৰাকৈ এচাম হালধীয়া সাংবাদিকে ভুৱা বাতৰি প্ৰচাৰ কৰি মেধীক মানসিকভাৱে হাৰাশাষ্টি কৰাৰ অভিযোগ উঠিছে ।

    সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্মৰত এই গৰাকীৰ কৃৰ্তি শিক্ষকক বিদ্যালয়ৰ পৰা নীতি বহিভূত ভাৱে এগৰাকীৰ ছাত্ৰীৰ ভূৱা অভিযোগত উচিত তদন্তৰ অবিহনেই বিদ্যালয়ৰ পৰা জেষ্ঠ শিক্ষক গৰাকীক এমাহৰ বাবে অপসাৰন কৰে । এই সমগ্ৰ বিষয়টো জিলাৰ শিক্ষা বিভাগক অন্ধকাৰত ৰাখি এক পক্ষীয় ভাৱে কৰা হৈছিল ।

    যাৰ বাবে এই জন বিশিষ্ট ব্যক্তি বনমালী মেধীয়ে মানসিক ভাৱে ভাগি পৰে । 

    লক্ষীমপুৰ জিলাৰ নিজ লালুকৰ নিবাসী লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাক্ত অধ্যক্ষা কুঞ্জ দত্তৰ স্বামী প্ৰয়াত বনমালী মেধী কেইবাখনো আগশাৰী অসমীয়া ইংৰাজীৰ দৈনিক কাকতৰ সাংবাদিকতাৰ লগত জড়িত আছিল ।

    ইয়াৰোপৰি জিলাখনৰ বহুটো সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল ।

    এটি ১৭ বছৰীয়া কণ্যা সন্তানৰ পিতৃ বনমালী মেধীৰ মৃত্যু য়ে গভীৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ লক্ষীমপুৰ জিলাত ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds