31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বটীয়ামাৰী গাওঁ পঞ্চায়ত প্ৰথম খন ২০২৩-০২৪ বৰ্ষৰ পঞ্চায়ত উন্নয়ন পৰিকল্পনা গাওঁ সভা

    বটীয়ামাৰী গাওঁ পঞ্চায়ত প্ৰথম খন ২০২৩-০২৪ বৰ্ষৰ পঞ্চায়ত উন্নয়ন পৰিকল্পনা গাওঁ সভা ::

    বিহালী ১৫ নৱেম্বৰ :

    বিহালী সমষ্টিৰ বটীয়ামাৰী গাওঁ পঞ্চায়ত প্ৰেক্ষাগৃহত দিনৰ ১১ বজাত আজি ২০২৩-০২৪ বৰ্ষৰ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্ৰথম খন গাওঁ সভা অনুষ্ঠিত হয়।

    বটীয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুৰমণি দাসৰ সভাপতিত্ব অনুষ্ঠিত হোৱাৰ সভা খন বটীয়ামাৰী গাওঁ পঞ্চায়ত সচীব গুণেন্দ্ৰ চেত্ৰীয়ে আতঁ ধৰে।

    আনহাতে গাওঁ সভাত ১০ টাকৈ ৱাৰ্ডৰ সদস্য/ সদস্যা আৰু আঞ্চলিক পঞ্চায়ত সদস্য/সদস্যা লগতে নিজ বিহালী জিলা পৰিষদৰ সদস্যা দীপিকা ঢাকাল দেৱী উপস্থিত থাকে গাওঁ সভাত।


    গাওঁ সভাত বটীয়ামাৰী পঞ্চায়ত শতাধিক ৰাইজ উপস্থিত থাকি বিভিন্ন সমস্যা উপস্থাপন কৰা লগতে চৰকাৰী উন্নয়ন মুলক আচঁনি সন্দৰ্ভত আলোচনা কৰা হয়।

    আনহাতে সভাত উপস্থিত থকা ৰাইজৰ মতামত অনুসৰি কেইবাখনো উন্নয়ন মুলক আচঁনি ৰূপায়ণ কৰা প্ৰস্তাৱ গ্ৰহণ কৰে গাওঁ সভাই।
    সভাত সচীব গুণেন্দ্ৰ চেত্ৰীয়ে চৰকাৰী আচঁনি সমূহ সুন্দৰ ভাৱে ৰূপায়ণ হয় তাৰ বাবে ৰাইজৰ সহায় সহযোগিতা কামনা কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds