Thursday, May 29, 2025
26.4 C
Guwahati
TOP NEWS:

ফোন যোগেদি কেৰিয়াৰ বিষয়ৰ বিনামূলীয়া পৰামৰ্শ: ড° বুলজিৎ বুঢ়াগোহাঁই

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ফোন যোগেদি কেৰিয়াৰ বিষয়ৰ বিনামূলীয়া পৰামৰ্শ
বাতৰি কাকত,আলোচনী, টি.ভি. চেনেল, ৰেডিঅ’ তথা সামাজিক মাধ্যমবোৰৰ জৰিয়তে মাজে মাজে জনাই আহিছো যে কেৰিয়াৰ বিষয়ৰ বিভিন্ন প্রশ্নৰ উত্তৰ বিনামূলীয়াকৈ ফোন (০৯৪৩৫১৮৮৬৩০) যোগেদি পাবৰ বাবে ছাত্র-ছাত্রী তথা অভিভাৱকসকলে আমাৰ লগত প্রত্যেক শণিবাৰে বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰে ।

ইয়াৰ প্রতি সহাঁৰি জনাই অসমৰ বিভিন্ন ঠাইৰ ছাত্র-ছাত্রী তথা অভিভাৱকসকলে কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা জানিবলৈ ফোন কৰে।

কিন্তু , এইখিনিতে এটা কথা উল্লেখ কৰিব বিছাৰিছো যে কিছুমান ছাত্র-ছাত্রী তথা অভিভাৱকে নিৰ্দ্ধাৰণ কৰি দিয়া বাৰ তথা সময়ৰ বাহিৰে বেলেগ বাৰ তথা সময়ত ফোন কৰি আমনি কৰে । বহুতে এছ. এম. এছ., হোৱাটছএপ অথবা ই-মেইলত কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা জানিব বিছাৰে ।

এটা কথা পুনৰ উল্লেখ কৰিব বিছাৰিছো যে নিৰ্দ্ধাৰণ কৰি দিয়া সময় তথা বাৰৰ বাহিৰে বেলেগ সময়ত কেৰিয়াৰ সম্পৰ্কীয় প্রশ্নৰ উত্তৰ ফোনত তথা এছ. এম. এছ., হোৱাটছএপ আৰু ই-মেইলত দিয়া আমাৰ পক্ষে সম্ভৱ নহয় ।

আমি ফোন যোগেদি কেৰিয়াৰ বিষয়ৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়া কাৰণ হ’ল ইয়াৰ যোগেদি লগে লগে বিতং ভাবে প্রশ্নটিৰ উত্তৰ বুজাই দিব পৰা যায়।

আশা কৰিছো এই কথাটি মনত ৰাখি ভৱিষ্যতে ছাত্র-ছাত্রী তথা অভিভাৱকসকলে কেৱল ফোনতহে কেৰিয়াৰ বিষয়ৰ প্রশ্ন কৰে যেন।

অন্যথা, ফোনত বিনামূলীয়াকৈ কেৰিয়াৰ বিষয়ৰ প্রশ্নৰ উত্তৰ দিয়া সেৱা বন্ধ কৰিবলৈ বাধ্য হ’ম ।

ফোন যোগেদি কেৰিয়াৰ বিষয়ৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়া কামটো ২০০৫ চনৰ পৰা কৰি আহিছো।

শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান-প্রতিষ্ঠানৰ ৰূপালী,সোণালী,হীৰক জয়ন্তী আদি উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ তথা বাৰ্ষিক মুখপত্র আৰু বিভিন্ন আলোচনী, বাতৰিকাকতবোৰলৈ কেৰিয়াৰ বিষয়ৰ লেখা প্রেৰণ কৰো আৰু প্রকাশ হয়।

এইদৰে লেখা প্রেৰণ কৰাৰ উদ্দেশ্য হ’ল – ৰাজ্যখনৰ গাঁৱে-ভূঞে তথা চহৰে-নগৰে বসবাস কৰা কিছু সংখ্যক ছাত্র-ছাত্রী অলপ হ’লেও যাতে কেৰিয়াৰ বিষয়ৰ লেখাবোৰৰ পৰা উপকৃত হয়।

ছাত্ৰ-ছাত্রীসকলৰ লগত মুখা-মুখিকৈ (Online/offline ) কেৰিয়াৰ বিষয়ৰ কথাবোৰ আলোচনা কৰিবলৈ যদি অসমৰ কোনো অনুষ্ঠান-প্রতিষ্ঠান, দল-সংগঠন তথা মহাবিদ্যালয়/বিদ্যালয়ে আমন্ত্রণ জনায়, তেন্তে সময় আৰু সুবিধা হ’লে অংশ গ্ৰহণ কৰিব পাৰো (কিন্তু যাৱতীয় খা-খৰচ বহন কৰিব লাগিব) ।

বিভিন্ন সময়ত কেৰিয়াৰ সম্পৰ্কে কৰা আলোচনাবোৰৰ ভিডিঅ’ আগ্ৰহী সকলে আমাৰ ইউটিউব চেনেল (https://www.youtube.com/user/Buljit/videos) ত চাব পাৰে ।

ড° বুলজিৎ বুঢ়াগোহাঁই
ফোন: ০৯৪৩৫১৮৮৬৩০
www.buljit.com

- Advertisement -

Hot this week

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.5 ° C
24.5 °
24.5 °
95 %
0.7kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds