Thursday, May 29, 2025
26.9 C
Guwahati
TOP NEWS:

প্ৰেৰণা পুথিভঁড়াল নতুন দেহৰ শাখাত ১ম বাৰ্ষিক শিশু দিৱস উদযাপন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ফইজুল হক চৌধুৰী

প্ৰেৰণা পুথিভঁড়াল নতুন দেহৰ শাখা প্ৰেৰণা পুথিভঁড়ালৰ দ্বিতীয়টো শাখা।

এই শাখাটো যদিও আনুষ্ঠানিকভাৱে ২০২০ চনৰ ২০ আগষ্ট তাৰিখে উদ্বোধন কৰা হয় তথাপি তাৰ প্ৰায় এবছৰ আগৰ পৰাই পুথিভঁড়ালৰ নিয়মীয়া কাৰ্যসুচী পালন কৰি অহা হয়।

বিগত বৰ্ষসমূহটো শাখাটোৱে শিশু সকলক উৎসাহিত কৰাৰ অৰ্থে আৰু জৱাহৰলাল নেহৰুৰ ভাৰতলৈ থকা অৱদানৰ কথা সোৱৰাবলৈ এই অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। আজি ২০২১ বৰ্ষৰ ১৪ আগষ্ট দেওবাৰে প্রেৰণা পুথিভঁৰাল নতুন দেহৰ শাখাত পুথিভঁড়ালৰ ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰাৰ বাবে তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

সম্পূৰ্ণ অনুষ্ঠানটো সঞ্চালন কৰা পুথিভঁড়ালৰ পৰিচালক বিকাশ তালুকদাৰৰ পৰিচালনাতে প্রথম কাৰ্যসূচী গ্ৰন্থ আদান-প্ৰদান আৰম্ভ কৰা হয় ৯ বজাত। ইয়াৰ পাছত কাৰ্যসূচী অনুসৰি শিশু দিৱসৰ চমু তাৎপৰ্য বিশ্লেষণ কৰে পুথিভঁৰালৰ পৰিচালিকা নিশামনি দাসে। লগতে শিশু দিৱস সম্পৰ্কে বক্তৃতা প্ৰদান কৰে পুথিভঁৰালৰ পৰিচালক বিকাশ তালুকদাৰ , ৰফিকুল হুছেইনে ।

ইয়াৰ পিছত নিম্ন আৰু মধ্য দুটা শাখাত লিখিত কুইজ প্ৰতিযোগীতা অনুষ্ঠিত কৰা হয়। কুইজৰ বিষয়বস্তু আছিল জৱাহৰলাল নেহৰু ।

অনুষ্ঠানৰ শেষত কুইজ প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁ‌টা বিতৰণ কৰি প্ৰতিগৰাকী উপস্থিত ছাত্ৰ-ছাত্ৰীৰ মাজত চকলেট আৰু কলম, পেঞ্চিল আদি বিতৰণ কৰা হয় ।

অনুষ্ঠানত ছাত্ৰ হৃষিকেশ তালুকদাৰে স্বৰচিত কবিতা পাঠ, কাৰ্তিক বৰ্মনে কবিতা আবৃত্তি আৰু মধুস্মিতা বৰ্মন, ডিম্পীমনি ডেকাই নেহৰুৰ জীৱন সম্পৰ্কে চমু বক্তৃতা প্ৰদান কৰে।

- Advertisement -

Hot this week

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
broken clouds
25.7 ° C
25.7 °
25.7 °
90 %
2.6kmh
81 %
Wed
26 °
Thu
25 °
Fri
24 °
Sat
27 °
Sun
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds