31.3 C
Guwahati
Saturday, September 27, 2025
More

    শেহতীয়া আপডেটঃ

    পবিতৰা আৰু চনকা অঞ্চল এতিয়া ৰূপান্তৰিত হৈছে বনভোজ স্থলী

    মায়ঙৰ পবিতৰা আৰু চনকা অঞ্চল এতিয়া ৰূপান্তৰিত হৈছে বনভোজ স্থলী
    প্ৰতিবেদক,মায়ং,২৩ডিচেম্বৰ:
    ডিচেম্বৰ আৰু জানুৱাৰী মাহত মৰিগাঁও জিলাৰ মায়ঙত অৱস্থিত পবিতৰা অভয়াৰণ্য আৰু চনকা অঞ্চল এতিয়া ৰূপান্তৰিত হৈছে বনভোজ স্থলী।

    পবিতৰা অভয়াৰণ্যত বন্যপ্ৰাণীৰ চাবলৈ গৈ আবেলি সময়ত বনভোজ খোৱা আৰু চনকা ব্ৰহ্মপুত্ৰ বালিচৰ মনোমোহা দৃশ্য উপভোগ কৰা লগতে বনভোজ খোৱা পৰিলক্ষিত হৈছে।

    চনকা ব্ৰহ্মপুত্ৰ বালিচৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ বহু লোক অহাৰ বাবে চনকা অঞ্চলত বহু ৰিজট গঢ়ি তুলি চনকা কিছু লোক কৰ্মত নিয়োগ হৈ পৰিছে।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.