31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে সান্ধ্য আইন

    নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে সান্ধ্য আইন।

    মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। চৰকাৰে মাস্ক পৰিধান নকৰিলে জৰিমনা বিহিব পাৰিব।

    হোটেল, চিনেমা হল, চৰকাৰী কাৰ্যালয় আদি কোনো ৰাজহুৱা স্থানতে ভেকচিন নোলোৱা মানুহ সোমাব নোৱাৰিব। কেৱল হাস্পতালহে ভেকচিন নোলোৱা মানুহ আহিব পাৰিব। ৰাজহুৱা প্ৰতিষ্ঠানত ভেকচিন নোলোৱা মানুহ সোমালে কৰ্তৃপক্ষই ২৫ হাজাৰ টকাৰ জৰিমনাৰ সন্মুখীন হ’ব।

    হোটেল, ৰেষ্টুৰেণ্ট আৰু চৰকাৰী কাৰ্যালয় আহিবলৈ হ’লে দুই পালি ভেকছিন ল’বই লাগিব ৷ দুই পালি ভেকছিন লোৱাসকলে চাৰ্টিফিকেট দেখুৱাইহে প্ৰৱেশ কৰিব লাগিব।

    চৰকাৰী কৰ্মচাৰী যিসকলে ভেকচিন লোৱা নাই, সেইসকলে ১৫ জানুৱাৰীৰ পিছত কাৰ্যালয়লৈ আহিব নোৱাৰিব।

    বিয়া আদি অনুষ্ঠানত ২০০ মানুহ আহিব পাৰিব।

    বিয়লি ভাগত কোনোধৰণৰ চুলাই ভাটি খুলিব নোৱাৰিব।

    কাইলৈৰ পৰা সকলো স্কুল পঞ্চম শ্ৰেণীলৈকে ৩০ জানুৱাৰীলৈকে বন্ধ। গুৱাহাটীত অষ্টম শ্ৰেণীলৈকে বন্ধ।

    নৱম, দশম আৰুএকাদশ শ্ৰেণী অল্টাৰনেটিভ ৱেত চলিব।

    নৈশ বাছ চলি থাকিব। কেৱল ডাবল ডোজ ভেকচিন লোৱা মানুহহে উঠিব পাৰিব। কিন্তু নিশা হোটেলত খাদ্য বহি খাব নোৱাৰিব।

    আন্তঃ জিলা যাতায়াত অব্যাহত থাকিব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds