Thursday, May 29, 2025
26.9 C
Guwahati
TOP NEWS:

নলবাৰী ঘগ্ৰাপাৰ হাইস্কুলৰ শিক্ষক গোটৰ বিশেষ সভা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

নলবাৰী ঘগ্ৰাপাৰ হাইস্কুলৰ শিক্ষক গোটৰ বিশেষ সভা

অসম খবৰ নলবাৰী ফইজুল হক চৌধুৰীৰ ১৪ ছেপ্টেম্বৰ::

নলবাৰী জিলাৰ অন্যতম এখন শিক্ষা অনুষ্ঠান ঘগ্ৰাপাৰ হাইস্কুল।
প্ৰায়
৯ শ ছাত্র-ছাত্রী থকা ঘগ্ৰাপাৰ হাইস্কুল খনৰ শিক্ষক গোটৰ এখনি সভা অনুষ্ঠিত হয় মঙ্গল বাৰে।
বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত কি দৰে আগবঢ়াই নিয়াৰ হ’ব তাক লৈ শিক্ষক শিক্ষয়িত্ৰী সকলে
সভাত আলোচনা কৰে।
বিদ্যালয় খনৰ
প্ৰধান শিক্ষক নাথুৰাম তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে শৈক্ষিক সমিতিৰ সভাপতি ৰাতুল চন্দ্ৰ ডেকাই।

বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি জগত তালুকদাৰে সুন্দৰ বক্তব্য দাঙি ধৰে সভাত।
আনহাতে সভাত প্ৰকাশ কৰে বৰ্তমান সময়ত
অনলাইন পাঠদানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক বিশেষ ভাৱে লাভাম্বিত হোৱা নাই যদিও অফলাইনৰ কোনো বিকল্প নাই বৰ্তমান সময়ত।
তাৰ লগতে অনলাইন জৰিয়তে কিছু অসুবিধা হৈছে
ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত অধিকাংশই দৰিদ্ৰ পৰিয়ালৰ যাৰ বাবে অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈ বহু ছাত্ৰ-ছাত্ৰী ।
বিশেষ ভাৱে দশম মান শ্ৰেণীৰ ২০০ গৰাকী ছাত্ৰ- ছাত্ৰীৰ ভিতৰত ৮/১০ জনেহে অনলাইন ক্লাছত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে বাকী ছাত্র ছাত্রীয়ে পোৱা নাই বুলি প্ৰকাশ কৰে।

এই সন্দৰ্ভত শিক্ষক শিক্ষয়িত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতিয়ে অনলাইন ক্লাছত অংশগ্ৰহণ কৰিব নোৱাৰা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলৰ ঘৰে ঘৰে গৈ শিক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে যি সকলে অনলাইন ক্লাছত অংশগ্ৰহণ কৰিব পাৰে তেওঁলোকক অনলাইন পদ্ধতিৰে শিক্ষাদান কৰিব বুলি যৌথ প্ৰচেষ্টাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে এক গোট হৈ সহায় সহযোগিতা আগবঢ়োৱা সিদ্ধান্ত গ্ৰহণ কৰে সভাই ।

 

- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
26.1 ° C
26.1 °
26.1 °
85 %
1.4kmh
100 %
Wed
26 °
Thu
26 °
Fri
24 °
Sat
30 °
Sun
28 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds