31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰীৰ পাইকাৰকুছিত ভয়ংকৰ পথ দূৰ্ঘটনা

    দৰা ঘৰ চাব আহি পথ দূৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ।

    নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাইকাৰকুচিত বুধবাৰে নিশা প্ৰায় ৮ মান বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। বিজয় নগৰৰ জিতেন দাস নামৰ লোক জনে AS25AC 7408 নম্বৰ উইংগাৰত খনত মিৰ্জা ৰ পৰা পাঠশালালৈ দৰা ঘৰ চাব গৈ আছিল। তেনে পথ দুৰ্ঘটনাটো সংঘটিত হৈ
    জিতেন দাস নামৰ লোক জন প্ৰণীতা নামৰ মিঠাই দোকান খনৰ পৰা মিঠাই লৈ বহু সময় লৈকে উভতি নহাৰ বাবে তেখেতৰ লগত অহা অন্য লোকে বিচাৰ-খোচৰ কৰে ।

    পিছত জিতেন দাসক মৃত অৱস্থাত ৰাস্তাত পৰি থকা প্ৰত্যক্ষ কৰে।

    নিহত জিতেন দাসক প্ৰত্যক্ষ কৰা লোক সকলে মিঠাই লৈ ওভতাৰ সময়তে কোনো অচিনাক্ত তীব্ৰ বেগী বাহনে খুন্দা মাৰি পথ দূৰ্ঘটনা সংঘটিত কৰা ফলত মৃত হয় জিতেন দাস।

    নলবাৰীৰ ফইজুল হক চৌধুৰী

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds