Thursday, May 29, 2025
25.7 C
Guwahati
TOP NEWS:

নলবাৰীত সততা আৰু শুশ্ৰুষাৰ মনোভাৱেৰে জন্ম হোৱা শুশ্ৰুষা মেডিকেলৰ শুভাৰম্ভ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

নলবাৰীত সততা আৰু শুশ্ৰুষাৰ মনোভাৱেৰে জন্ম হোৱা শুশ্ৰুষা মেডিকেলৰ শুভাৰম্ভ

নলবাৰী চহৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ১৪ গৰাকী চিকিৎসকৰ উদ্যোগত গঢ়ি উঠিল এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়।

শিক্ষাৰ নবদ্বীপ খ্যাত নলবাৰী এতিয়া চিকিৎসা খণ্ডতো যথেষ্ট আগবাঢ়ি গৈছে ।

সমান্তৰালকৈ জিলা খনত চিকিৎসকৰ সংখ্যাও বৃদ্ধি হবলৈ লৈছে ।

সেয়ে নলবাৰী যেন চিকিৎসা খণ্ডত অধীক আগুৱাই যাৱ পাৰে, তাৰে পৰিপ্ৰেক্ষিতত ১৪ গৰাকী বিশিষ্ট চিকিৎসকৰ উদ্যোগত জিলা খনৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ লাওদলত সততা আৰু শুশ্ৰুষাৰ মনোভাৱেৰে জন্ম ল’লে “শুশ্ৰুষা হস্পিতাল”ৰ ।

শনিবাৰে উক্ত চিকিৎসালয়খনৰ শুভাৰম্ভ কৰা হয়।

নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ জয়ন্ত মল্ল বৰুৱা,ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাংগাঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা,বিজেপি জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ,ডাঃ উমেশ চক্ৰৱৰ্তী,ডাঃ ভূপেশ শৰ্মা,শিল্পী শিমন্ত শিখৰকে প্ৰমুখ্য কৰি শুশ্ৰূষা হস্পিতালৰ পৰিয়ালবৰ্গ আৰু সুধী সমাজ।

উক্ত চিকিৎসালয়খনৰ পৰিয়ালৰ সদস্য ডাঃ গোপাল কলিতাই আত ধৰা সভাত সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাই ” নলবাৰী চিকিয়সা খণ্ডত শুশ্ৰূষা হস্পিতালে আৰু অধীক শক্তিশালী কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ।

লগতে চিকিৎসাখনলৈ অহা প্ৰতিগৰাকী ৰোগী বা অন্য লোকক সৎ আচৰণ কৰিব লাগে বুলিও পৰামৰ্শ দিয়ে ।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

- Advertisement -

Hot this week

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds