31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    গোৱালপাৰাত ৬ এপ্ৰিলত ৪৮ ঘন্টাৰ বাবে মাদক দ্ৰব্য প্ৰচলন নিষিদ্ধ ঘোষণা

    কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাইঃ অসম বিধান সভা নিৰ্বাচন ২০২১ৰ তৃতীয় পৰ্যায়ত অৰ্থাৎ ৬ এপ্ৰিলত গোৱালপাৰা জিলাত হ’বলগীয়া ভোট গ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা দণ্ডাধীশ বৰ্ণালী ডেকাই অহা ৪ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈ ৪৮ ঘন্টাৰ বাবে জিলাখনত মাদক দ্ৰব্যৰ প্ৰচলন সম্পূৰ্ণ ভাৱে বন্ধ ঘোষণা কৰিছে৷

    অসম চৰকাৰৰ ১০ মাৰ্চ ২০২১ ৰ EX.265/97/Pt./504 নং নিৰ্দেশ অনুসৰি গোৱালপাৰাৰ জিলা দণ্ডাধীশে এই নিষেধাজ্ঞা জাৰি কৰিছে৷ উক্ত সময় চোৱাত কোনো ব্যক্তি বা ব্যক্তি সমূহে ব্যক্তিগত বা ৰাজহুৱা স্থানত দেশীয় সুৰা, দেশত নিৰ্মিত বিদেশী সুৰা আদিৰ মজুতকৰণ, বিক্ৰী , দান অথবা বিতৰণ কৰিব নোৱাৰিব৷ ভোট গণনাৰ বাবে নিৰ্দিষ্ট কৰা দিনটোত অৰ্থাৎ ২ মে’ৰ দিনাখনো ভোট গণনা সমাপ্ত নোহোৱালৈকে এই নিষেধাজ্ঞা বাহাল থাকিব৷ গোৱালপাৰা জিলা দণ্ডাধীশৰ এই নিৰ্দেশনা ভংগ অথবা আওকাণ কৰিলে অসম আবকাৰী আইন আৰু বিধি অনুসৰি শাস্তিযোগ্য অপৰাধত দোষী সাব্যস্ত কৰা হ’ব৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds