Wednesday, May 21, 2025
29 C
Guwahati

গুৱাহাটীত গন্ধৰ্ব কলা গৰিমা উৎসৱ সম্পন্ন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিহু সম্ৰাজ্ঞী ড্ৰীমলী গগৈৰ দ্বাৰা প্ৰতিষ্ঠা কৰা গন্ধৰ্ব কলা কেন্দ্রৰ বিংশতিতম্ বৰ্ষপূৰ্তি প্ৰতিষ্ঠা দিৱস শংকৰদেৱ কলা ক্ষেত্রৰ মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হয়। এই প্ৰতিষ্ঠা দিৱসত গন্ধৰ্ব কলা গৰিমা উৎসৱ আয়োজন কৰা হৈছে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত নৃত্যাচাৰ্য গুৰু যতীন্দ্র নাথ গোস্বামী দেৱলৈ নৃত্য, কলা, সংস্কৃতি, সাহিত্য, সমাজ, ৰাজনীতি আদিৰ ক্ষেত্ৰত অশেষ কষ্ট কৰি জীৱন সফল কৰা সমল ব্যক্তি সকলক সন্মান প্ৰদান কৰাৰ লগতে গুৱাহাটী পৌৰনিগমৰ ৩৭ নং ৱাৰ্ডৰ পাৰিষদ, বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ পূৰ্বোত্তৰ ক্ষেত্রৰ পূৰ্ব ছাত্র সংযোজিকা তথা গীতানগৰ শতদল সাহিত্য সভাৰ সম্পাদক স্বপ্না দেৱী শৰ্মাক গন্ধৰ্ব অভিনমিতা বঁটাৰে সন্মানিত কৰে।

ড্ৰীমলী গগৈৰ নীৰৱ সাধনা, অক্লান্ত পৰিশ্ৰম, ধৈৰ্য, সাহস আৰু নৃত্য কুশলতাই অসমৰ সংস্কৃতিক বিশ্বৰ দৰবাৰত এক সুকীয়া স্থান দিয়াৰ লগতে গন্ধৰ্ব কলা কেন্দ্রৰ বিশেষ অৰিহণা আছে।

- Advertisement -

Hot this week

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

Topics

00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
clear sky
34.2 ° C
34.2 °
34.2 °
48 %
2kmh
6 %
Wed
33 °
Thu
35 °
Fri
32 °
Sat
34 °
Sun
35 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds