31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    এডাল আম গছতে ভিন্ন প্ৰজাতিৰ আম লগোৱা এগৰাকী শিক্ষক…

    সংবাদ মাধ্যমৰ সন্মুখত শিক্ষক গৰাকীয়ে কয় যে, যুৱক সকলৰ বাবে আদৰ্শ হিচাপে আৰু কাৰোবাৰ শিকাৰ মন থাকিলে তেখেতে বিনামূলীয়া কৈ এই প্ৰক্ৰিয়াৰ ওপৰত পাঠদান কৰিব।

    নলবাৰী জিলাৰ গুৱাকুছিৰ বিজ্ঞান শিক্ষক তাজেৰ আলিৰ সুন্দৰ পদক্ষেপ
    এডাল আম গছতে বিভিন্ন প্ৰজাতিৰ আম লগাই চমক দেখুৱালে নলবাৰী জিলাৰ গুৱাকুছী গাওঁৰ তাজেৰ আলীয়ে।
    তাজেৰ আলী পেচাত এজন শিক্ষক।
    বিজ্ঞান শিক্ষক তাজেৰ আলীয়ে লকডাউনৰৰ মাজত ঘৰতে থাকি প্ৰথমতে অধ্যয়ন কৰি পিছত ‘য়ু টিউবত’ত চাই বিভিন্ন প্ৰজাতিৰ আম এডাল পুলিতে বাডিং কৰি কেনেকৈ লগাব পাৰি সেই লৈ বহু আগৰ পৰা প্ৰচেষ্টা চলায় আছিল। তেওঁৰ চেষ্টা আৰু সাধনাৰ বলত আজি তেওঁ সফল হৈছে। শিক্ষক তাজেৰ আলীয়ে আমাৰ সংবাদ মাধ্যমক দেখুৱাই দিলে যে এডাল পুলিতে কেনেকৈ তিনি চাৰিটা বেলেগ বেলেগ আম লাগি আছে।
    সংবাদ মাধ্যমৰ সন্মুখত শিক্ষক গৰাকীয়ে কয় যে, যুৱক সকলৰ বাবে আদৰ্শ হিচাপে আৰু কাৰোবাৰ শিকাৰ মন থাকিলে তেখেতে বিনামূলীয়া কৈ এই প্ৰক্ৰিয়াৰ ওপৰত পাঠদান কৰিব।
    তাজেৰ আলীৰ এই মহান কৰ্মই বহুতো শিক্ষিত নিবনুৱাক নিশ্চয় প্ৰেৰণা যোগাব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.